গার'লীয়। ব্বাস্থা ৩
নাই। শোৱনী ঘৰৰ বেৰত যে খিৰিকী নায়েই, শোৱ| ঠাই- খনিও হৈছে "চোৰ-চাঙৰ’ ভিতৰত অর্থাৎ aaa ভিতৰতে চাৰিও ফালে গাধৈৰে ডাঠকৈ বেঢ়িলোৱ! এখনি ঠাইত--য’ত নিৰ্ম্মল বতাহৰ সঞ্চাৰ নাই । ৰাতি শোওঁতে তাত দুষিত বায়ু মাথোন সেৱন কৰ! যায়। এই দুষিত বায়ু শৰীৰৰ পক্ষে apes |
স্বাস্থা-বিধিমতে পকা ঘৰ আহল বহল হব লাগে। ঘবৰ ভিতৰলৈ নিৰ্ম্মল বায়ু সোমাবৰ কাৰণে আৰু তাৰপৰ। দুষিত বায়ু ওলাবৰ নিমিত্তে প্ৰত্যেকটো কুঠৰীতে অন্ততঃ মুখামুখিকৈ দুফালে দুখন ডাঙৰ খিৰিকি থাকিব লাগে। নিচেই এধানমাত্ৰ খিৰিকি থকাতকৈ নথকাই ভাল। খিৰিকি আৰু ছুরাৰবোৰ সদায় fea মে.ন গধূলি জপাই থব লাগে৷ নিতো ঘৰখন ভালকৈ সাৰি-পুচি মাজে-সময়ে ঘৰৰ ভেটি আৰু বেৰবোৰ লিপিব লাগে; জাবব-জোথব, পানী-দুনি আদি ওচৰত নেপেলাই দুবৈকৈ পেলাব লাগে। কাৰণ এই বোৰৰ পৰ। বি ভাপ ওলায় সি বৰ Wits আক শৰীৰৰ অপকাৰ কৰে।
বৰষুণৰ পানী ওচৰত বন্ধ হৈ থাকিলে ঘৰৰ ভেঁটি জেকি থাকে; গতিকে তেনে পানী সাউৎকৰে বৈ যাব পবাকৈ ওচৰত সৰু সৰু নলা থাকিব লাগে আৰু সেই নলাবোৰ ডাঙৰ খালত গৈ পৰিব via) বন্দবস্ত কৰিব লাগে। দুখৰ বিঘয়, প্রায় গাৱ'লীয়৷ মানুহৰ ঢোলত বা পদুলি-সুখত এনে পানী ডোং বান্ধি হয়।