২ গাৱ il স্বাস্থ্য
প্ৰাৰনধাৰে | অৱশ্যে অজ্ঞতাৰ গতিকেও স্বাস্থালাভ নহব পাৰে। মানুহে এলাহ কৰিও স্বাস্থ্যলৈ আওকান কৰে |
বি হওক এতিয়া ভমকায়ুলীয়া পাতনি নেমেলি আমাৰ শিতানত অঁকা প্রবন্ধটিৰ বিযয়ে আল? কৰা যাওক |
“ঘৰ-বাৰী” ঃ--সাধাৰণতঃ দেখা যায় যে গাৱ'লীয়| গৃহস্থৰ টোলৰ চাৰিওফালে গছ-গছনি‘ আদিৰে ভবা। তাত বায়ু চলাচল কৰিবৰ উপায় নাই। কোনে] কোনো মানুহৰ ঘৰ নিচেই চেঁচুকীয়| ঠাইত ; তালৈ বেলিৰ পোহৰ যাব নোৱাৰে, ঘৰৰ COIS তামোল-পান আদিৰ গছেৰে ঠাহ খোৱ৷। তগুপৰি ঘৰৰ কাষলৈকে হাবি আৰু ওচৰতে গেৰেকণি চুৱাপাতনি। বাৰীত গছ-গছনি কলেও বে ঘনকৈ নুকই, ঘোপমৰ| আন্ধাৰ নোহোৱাকৈ ৰুই লব পাৰি সেইফালে, তেওঁবিলাকৰ কাণসাৰ নাই । স্ৰশ্মৰে দয়া কৰি দিয়া বেলিৰ পোহৰ আৰু মুক্ত বায়ুৰপৰা তেওঁবিলাক নিজৰ দোষতে বঞ্চিত হৈছে ।
থকা ঘৰ আদি সজাৰে| একে৷ লাগ-বান্ধ নাই। তেওঁ- 1বলাকে ভাবে যে যেনে তেনে প্রকাৰে দিন কেইটা গলেই" হয়; গতিকে এলাহ কাতি কৰি থৈ আহল-বহল ঘৰ সজাৰ আৱশ্যক নেদেখে । গার'লীয়। মানুহে প্রায় ঘৰৰ ভেটি বেচি ওখ নকৰে । ইফালে ঘৰৰ বেৰবোৰ ডাঠকৈ গোবৰ মাটিৰে লিপা তাত খিৰিকিৰ নাম-গোন্ধো নাই। গতিকে ঘৰৰ ভিতৰ- খন দিনতে আন্ধাব। তাত বায়ু যাতায়াত কৰিবৰ সমূলি সুবিধা