সমললৈ যাওক

পৃষ্ঠা:গাৱঁলীয়া স্বাস্থ্য.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬ গাৱলীয়া স্বাস্থ্য

গলে যক্ষ্ম-ৰোগৰ উৎপত্তি হয়। দ্বিতীয়তঃ যন্গনা-বোগে ধৰা গৰুৰ গাখীৰৰ পৰ। বঙ্গনা-বীজাণুরে মানুহৰ শৰীৰত ঠাই পায়। তৃতীয়তঃ, মঙহ এই বেমাৰৰ উৎপত্তিৰ আন এট| কাৰণ। চতুৰ্থতঃ, পেটৰ নাড়ীত উৎপন্ন হোৱ! যন্মম|-ৰোগৰ পবা। হোৱা ঘাঁনাৰেঙ।৷ আদিৰ পবা ওলোৱ| তেজ-পূ'জ আন এটা কাৰণ ।

দুষিত বায়, বহুত মানুহে একে ঠাইতে কৰা| বসতি জেকা মাটি, অপ্রচুৰ খাদ্য, দৰিদ্ৰত৷ আক স্থৰাপান (মদ খোৱা অভ্যাস ) আদিয়ে এই বেমাৰৰ বিস্তৃতিত গরকাবান্তবে সহায় কৰে।

বেলিৰ পোহৰ আৰু বিশুদ্ধ বায় বঙগনা-বীজাণুব ঘোৰ শত্ৰু। এই হুয়োটাই ইরাৰ উৎপত্তিত বাধা জন্মায়। থকা ঘৰ আদি আহল-বহল হব লাগে । বাটে-পথে ATS ত’তে থু পেলোৱা দস্তুৰ বৰ বেয়া। বঙ্গা-বোগীরে এই বেমাৰ সিঁচৰতি কৰে। গতিকে তেনে বেমাৰীক আন মানুহেৰে সৈতে একে ঢাৰি- পাটীত শুবলৈ দিব নালাগে । কোনে তিৰোতাৰ যন্ষ্ম| ৰোগ, হলে তেওঁ কেচুৱ৷ লবা-ছোরালীক পিয়াহ খুৱাব নালাগে। কাৰণ তেনে তিৰোতাৰ পিয়াহত যঙ্গনাবীজাণু থাকে। ব’তে তাতে নুথুৱাই দৰব-পানী থক ab) পাত্ৰত থুখেকাৰ পেলাব লাগে। পাচত সেই পাত্ৰটো তপত পানীৰে ধুই পেলাব লাগে। থু-খেঁকাৰবোৰ লেতেৰ| কাপোৰেৰে লেটিয়াই পুৰি পেলোৱ৷ উচিত। WHT থক৷ কুঠৰী সাৱধানে শোধন কৰিব