গাৱলীয়া স্বাস্থ্য
a Lv
(8) পেট চলিলে তাতালিকে বন্ধ কৰিব লাগে ।
(জ) পানীৰ বৰ যত্ন লব লাগে। যি পুখুৰী বা নাদৰ পানী খোৱাত কলেবাৰ উৎপত্তি হৈছে বুলি অনুমান কৰা যায়, তাৰ পানী অন্ততঃ সাদিনলৈকে কাকে| নিবলৈ দিব নালাগে।
(বা) কলেবাৰ বীজেবে দূৰিত নোহোৱা নাদ বা পুখুৰীৰ পানীত কলেৰ| লগা ঘৰৰ বা চুবুৰিৰ কোনো মানুহকে লোটা- কলহ বা আন পানী৷ নিয়া পাত্ৰ ডৃবুৰিরাবলৈ দিব নালাগে।
(এ) কলেৰাৰ বীজেবে দুবিত হোৱ| নাদবোৰ “পটাছ, পাৰমেঙ্গেনেট” বোলা দৰবোৰে শোধন কৰিব লাগে। জিলাৰ ডাক্তৰ চাহাবলৈ বাতৰি দিলে ইয়াৰ বিহিত ব্যৱস্থা তেৱেঁই কৰে ।
(ট) বন্ধনী আক বান্ধনি-ঘৰ যাতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে তালৈ সদায় চকু দিব লাগে |
(3) . কলেবা-বেমাবীৰ মল-মূল, বাতি আদি আৰু লেতেৰ। কাপোৰ-কানি পুৰি পেলোৱ। উচিত।
সম্ভৱ হলে বেমাৰীক আন্পতাললৈ নিব লাগে; তাকে
- কৰিব নোৱাৰিলে সুস্থ মানুহৰ পৰ৷ আতৰাব লাগে। বেমাৰীৰ
ঘৰত থক সিজোৱ| বা বঙ্গ। বন্তু পেলাই দিব লাগে; ৰন্ধ| পাত্ৰ (টৌ, কেৰাহী আদি) দবব-পানী ব। খাৰণিৰে শোধন কৰিব লাগে। খাবলৈ নি খোর। পানীও পেলাই দিব লাগে। কলেৰ৷-বেমাৰী Al কলেৰ। বেমাৰত মৰ মানুহৰ শৱ কঢ়িওৱা মানুহে ভালকৈ গা ধুব লাগে আক দবৰ-পানীৰে হাত-ভৰি ধুই