সমললৈ যাওক

পৃষ্ঠা:গাৱঁলীয়া স্বাস্থ্য.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩০ কনা Girt uy

বিলাকে কলেৰ। বেমাৰ + chara কোপ- [দৃষ্টিৰ পৰ। হয় বুলি ভাবে, গতিকে তেওঁবিলাকে সবাহ, ভোজ আদিৰে গৌসানীক Few কৰিবলৈহে যত্ন কৰে | বেমাৰীৰ শুশ্যয| আক চিকিৎসা কৰোৱা আক বেমাৰীৰ মল-মূত আদিৰ সাৱধান লোৱাৰ ফালে তেওঁবিলাকৰ বৰকৈ চকু নপৰে। ঘৰত কলেৰা-বেমাৰী থাকিলে সবাহত মাহ-চাউল আদিৰ ব্যৱস্থা নকৰাই ভাল আৰু কোমল চাউলৰ জলপান আনি খুওৱ| অনুচিত |

কলেৰ| নিবাৰণৰ উপায় সম্বন্ধে ইয়াত চমুকৈ উনুকিয়াই থোৱা যাওক 2

(ক) চুবুৰিত ai ওচৰত মাউৰ লাগিলে বদি অজীৰ্ণ বা পেটৰ অন্থখ হয় তেন্তে বৰ সাৱধান হব লাগে |

(4) খালি পেটেৰে কেতিয়াও বাহিৰলৈ যাব নালাগে $. সদায় পেট পূৰাকৈ ৰাখিব লাগে।

(a) অজীর্ণৰ উৎপত্তি কৰা খান্থা, কেঁচ| ব| মৰহি যোৱ! ফল আক গেল৷-পচ। খাদ্ধ খোৱ। অনুচিত |

(ঘ) wera) মিঠাই বা তৈয়াবী বস্তু আদি খাব নালাগে। সকলো। বন্ধ বস্তু তপতে তপতে খাব লাগে ৷

(৬) কলেৰাৰ সময়ত জুলাপ (বিশেবকৈ লোণ-জুলাপ ) লব ANT লব লাগিলেও ডাক্তৰৰ পৰামৰ্শ মতে লব লাগে।

(৮) খোৱা| আৰু কীহী-বাটি ধোর। পানী উৎলার লাগে। 'দৈ গাখীৰ আক নাৰিকলৰ পানী খোৱ| ভাল ।

ভক