২৪ গাৱলীয়া ai
নিবাৰণৰ উপায় হাতত লবলৈ ভাল। | তেতিয়াই ঘবৰ ওচৰত থকা হাবি-জঙ্গলবোৰ কাটি পেলাব লাগে; কাৰণ সেইবোৰে মহক দিনত আশ্রর দিয়ে । ভগা ঘট, কলহ, টিন আদি বাৰীৰ ভিতৰত পেলাই থোর। আমাৰ গাৱ'লীয়| ৰায়তৰ দত্তৰ ৷ কিন্তু এইবোৰে মহক কণী পাৰি পোৱালি জগাবলৈ ক্ুবিধ। দিবে! গতিকে এইবোৰে! আতবাই পেলাব লাগে বা দ গীতত মাটিৰে পুতি পেলাব লাগে। (ঘ) কুইনাইনৰ ব্যৱহাৰ ৷
কুইনাইন মেলেৰিয়াৰ অমোঘ Say । এই কুইনাইনৰ সম্বন্ধে গাৱ'লীয়| ৰায়তৰ ভ্ৰম-বিশ্বাস আছে। তেওঁবিলাকে প্ৰায়ে (কোর শুন বায় যে ‘কুইনাইনে নাড়ীত জ্বৰ বহুৱায়’। অথচ তেওঁবিলাকে কুইনাইন মিহলোৱা বজৰুৱা ‘পেটেণ্ট’ উবধ মল বুলি নাখাই ‘জিজি’ বুলি খায়। তেওঁবিলাকে জনা উচিত ফে “পৃথিবীত এতিয়ালৈকে কুইনাইনত বাজে মেলেৰিয়াৰ আন কোনো ভাল দৰৰ ওলোৱ| নাই। কুইনাইন নিয়মিত ৰূপে ব্যৱহাৰ কৰিলে মেলেৰির| নিশ্চয় গুচিব । *% a & বজাৰত যি কেইট। মেলেৰিয়াৰ এতিকাবী পেটেণ্ট ওঁৰৰ আছে, প্রত্যেক-" টোতে কম-বেচি কুইনাইন আছে।” (স্বাস্থ) বহুত সময়ত উচিত মাত্রা, সময়, পথ্য আদিৰ বিষয়ে মন-ক।ণ নকৰাত কুই- নাইনে মেলেবিয়াত গুণ নিদিয়ে। মেলেৰিয়াৰ ঝতুত নিতেই ৫ গ্রেণকৈ কুইনাইন ব্যৱহাৰ কৰিব লাগে (ৰাতিপুৱা খোর। ভাল)। কুইনাইনৰ পনীয়| দৰবে বড়ীতকৈ সোণকালে গুণ দিয়ে |