//
2৯৯৭ গাৱ'লীয়৷ স্বাস্থ্য আধ! মাইলমান ফুৰিলে টোপনি অহাত সহার হয়। ওপৰলৈ Ptr চিৎ হৈ শোৱ| ভাল নহয়। বাওঁফালে কাতি হৈ নুশুই সোফালে শুবলৈ শভ্যান কৰিব লাগে। সোফালে কাতি হৈ শুলে কলিজা আক পাকস্থলীত হেঁচা নপৰে । কলিজাৰ ওপৰত হেঁচা পৰিলে ৰক্তসঞ্চালন ক্ৰিয়াত আৰু পাকস্থলীৰ ওপৰত হেঁচা পৰিলে জীর্ণ শক্তিৰ fears বাধ। জন্মে । মূৰে-গায়ে ঘুম মাৰি শুব নালাগে; কাৰণ তেনেকৈ শুলে নিশাহত ওলোৱ। দূষিত বায়ু বাৰেপতি উশাহৰ লগত টনাৰ কাৰণে শৰীৰৰ অপকাৰ SAL গাঁকত মূৰ থৈ শুব লাগে। মাটিত শুব নালাগে। মাটিত শুলে camel বাষ্প ( মাটিৰ তাপ) লাগি শৰীৰৰ অপকাৰ কৰে; তদুপৰি সাপ আদিবো। ভর থাকে। গতিকে মাটিত শোৱা নিৰাপদ নহয়। শুবলৈ যাওঁতে মন প্রফুল্ল ৰাখিব লাগে আনন্দদায়ক চিন্তা-ভাবনাই টোপনি শান্তিময় কৰি তোলে । শোর। বিছনা-পাটী সদায় ব’দালে ভাল। বিছনাত উৰহে বাহ লবলৈ দিব নালাগে |
গার'লীয়। মানুহৰ ব্যায়াম বুলিবলৈ একপ্রকাৰে নায়েই | কাম-কাজ কবেশাতেই যি অলপ-অচৰপ ব্যায়াম হয়; ধৰা-বন্ধ!' নিয়মে ব্যায়াম কৰ। wea তেওঁবিলাকৰ নাই। % *% *%এ বেগাই আক উৎসাহেৰে ফুৰাতকৈ ভাল ব্যায়াম নাই। নিৰুৎসাহ মনেৰে লাহে লাহে ফুৰিলে cel উপকাৰ নহয় | ফুবেখাতে মূৰ পোনকৈ, বুকু ওপৰলৈ কৰি, তলপেট ফিন্দাই আক নাকেৰে দীঘল উশাহ-নিশাহ লৈ ফুৰিব লাগে। তেতিয়া