সমললৈ যাওক

পৃষ্ঠা:গাৱঁলীয়া স্বাস্থ্য.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গার'লীরা স্বাস্থ্য ধু ১৯

a * * ic

নিতো ৰাতিপুৱা জিভ-চৌচাৰে চু'চি জিভ| পৰিস্কাৰ কৰিব লাগে। নখবোৰ নিকাকৈ ৰাখিব লাগে আক চুটিকৈ কাটিব লাগে। দীঘল নখ ৰাখিলে তাৰ ভিতৰত মলি সোমাই থাকে; আক সেই মলিত নানাৰকম ৰোগৰ বীজাণু থাকিব পাৰে। সেই বীজাণুবোৰে খোরা-বন্তব লগত মিহলি হৈ ৰোগৰ উৎপত্তি কবে। গতিকে মাজে-সময়ে নখবোৰ চপাই কাটিলে এই বাজাণুবোৰৰ আক্ৰমণৰ tal ৰক্ষ৷ পাব পাৰি। কিছুমান মানুহে দীঘল দীঘল নখ ৰাখে আৰু পৰাপক্ষত নখ নাকাটে। এনে দন্তৰ ভাল নহয়। চুলিও সদায় আচুৰিব লাগে। পিন্ধন উৰণত চাফ-চিকুণ হৈ চলিব লাগে। ধাতু অনুসৰি কাপোৰ- ক্থানি পিন্ধিব লাগে, অর্থাৎ জহকালি কপাহী আৰু জাৰকালি উমলগা কাপোৰ Pra উচিত। কাপোৰ-কানিয়ে শৰীৰৰ উত্তাপ ৰখাত সহায় কৰে। গাৱ'লীয়| মানুহ .সৰহ ভাগৰে বিশেষকৈ জাৰকালিৰ উপযোগী উমথক। কাপোৰৰ্‌ নাটনি ।

টোপনি আৰু ব্যায়ামৰ বিনয়তে। অভ্যাসৰ আৱশ্যক। সদায় Tal সময়ত শুব লাগে আৰু উঠিব লাগে। ভালেমান মানুহ এইমতে নচলে; গতিকে স্বাস্থ্যহানি হয়। *% * খোরা- বোৱাৰ পিচতে ততালিকে টোপনি যোৱ| অভ্যাস বেয়া। “অবাধে বায়ু চলাচল হোর। কুঠৰীত শুব লাগে; চোৰ-চাউ’ৰ দৰে ঠাইত শুব নালাগে, কাৰণ৷ তাত বিশুদ্ধ বায়ুৰ ‘প্রবেশ নৈষেধ | নিতৌ বাতি শুবলৈ যোৱাৰ আগেয়ে এনাইল ৰা