এক 18 এ € Py Lo Hi 26 গারা'লীর। স্বাস্থ্য 34
অভ্যাসৰ তলতীয়া হৈয়েই গাৱ'লীয়৷ মানুহে কানি, ভাং, ধপাত, চুৰট আদি খায়। এইবোৰ খোৱাৰ কোনে| সকাম নাই। কানি খালে মানুহ এলেহুৱা আৰু অকামিল! হর । তদুপৰি কানিৰ বাগী বহিলে সতকাই এৰিবলৈ টান। কোনে! কোনো মানুহৰ খাবলৈ ভাত নাই, পিন্ধিবলৈ কাপোৰ নাই,-_ “Alm ন বনল্ত্ৰং)--ভথাপি তেওঁবিলাকে ধাৰে বান্ধে হলেও কানি খার। কোনে। কোনে। কানীয়াৰ অৱস্থা দেখিলে বাস্তৱতে চকুৰ পানী ওলায়। ভাং খালে প্রায়ে মগজুৰ বিকাৰ হয় আৰু মানুহো শুকানমুর! হয় । চিকিৎসক সকলৰ মতে পগল। মানুহৰ ভিভবত ভঙুৱাৰ লেখেই সবহ ৷ ধপাত-চুকটে মাংস-পেশীৰ ছুর্বলত। জন্মায়। এইবোৰে কেতিয়াবা কেতিয়াবা কলিজ| বেয়া কৰে আক বৰ ধপতুৱা মানুহৰ মুচ্ছাবোগ হব পাৰে । চাদ।-ধপাত খোর। ( মুখত খোৱ|!) অভ্যাস আক বেয়| ।
এই ৰাগীয়াল বস্তুবোৰৰ অভ্য৷সৰ দ্বাৰাই ভালেমান গারালীর। মানুহৰ, বিশেবকৈ ডেকাইঁতৰ, জীৱন অকৰ্মণ্য আৰু শোচনীর হোর। দেখা গৈছে। ভাং, কানি খাওঁতে যিখিনি সময়ৰ অপব্যর হর সেইখিনি সময় যদি কোনো লাগতিয়াল ঘৰুৱ| কামত ব| সজ চর্জাত কটোৱ। যার তেন্তে শবীৰ আৰু মনব উপকাৰ সাধন কৰাৰ উপৰিও নিজৰ যথেক্ট লাভ হয়। সঙ্গ CHAS পৰিয়েই এই ৰাগীয়াল বন্তুবোৰৰ বহতীয়। হোৱা দেখ। যায় ৷ স্বাস্থ্যৰ বিধিনি ঘটোৱ| এই বন্তবোবৰ হাত সাৰিব পাৰিলে উপকাৰত বাজে অপকাৰ নহয়।