[ডি | গাৱলীয়া স্বাস্থ
পানী te] ঠাই ডোখৰে তিনি হালিচ! মাটি জুৰিব লাগে আৰু চাৰিও ফালে দুগুণ মাটি থাকিব লাগে।
(গ) পাৰকেইট| aot আৰু বনেৰে ঢাক Catal হব aa) দাতিকেইট| চাৰিও ফালে asi মাটিতকৈ ওখ হব লাগে, যাতে বানৰ পানী গৈ তাত পৰিব নোৱাৰে |
(ঘ): পুখুৰীৰ কেইওফালে জেওৰ। দিব লাগে বা তাৰেৰে বেটিব লাগে। ধূলি আঁতৰাবৰ কাৰণে কিছু দূৰত গছ ৰুব লাগে, যাতে গছৰ পাত গৈ পুখুৰীত নপৰে ।
(৬) পুখুৰীত নামি on ধুবলৈ আৰু কাপোৰ কানি কাহী- বাটি আদি ধুবলৈ দিব নালাগে।
(6) দলঙ্গৰপৰা পানী oat ভাল বন্দোবস্ত থাকিব লাগে। আক কাকে! পানীত নামিবলৈ দিব নালাগে | ৭
ছে) তাত মাছ-__বিশেনকৈ সক মাছ--মেলিব লাগে। সক মাছে মহৰ কণী, পোর'লি আৰু আন আন ৰকমৰ মুলা খাই পানী ভালে থকাত সহায় কৰে |
জে) তাত মাছ মাৰিবলৈ বা নাও খেলিবলৈ দিব নালাগে।
(ঝ) শেলাই বন্ধগলে আক পুণি আদি গজিলে আতৰাই পেলাব লাগে। বাৰিবাৰ আগতে প্রতি « বছৰে (অর্থাৎ ৫ বছৰৰ মূৰত এবাৰ ) পানী সিচি পুখুৰী আকেৌ৷ খানিব লাগে।
(এ) পুখুৰীৰ পাৰত কোনে। মানুহকে শৌচ কৰিবলৈ বা তাৰ পানীত শৌচাচাৰ কৰিবলৈ দিব নালাগে |