গার'লীয়। স্বাস্থ্য : ৭
ত্তাৰ বাহিৰেও, মৰাপাটৰ গছ, কামী, গাধৈ, কঠায়| আদিও. (কেতিয়াব। পুখুৰীৰ পানীত গোৰোৱ| হয় । ইফালে হালোৱাই: হাল বাই আৰু জাকৈয়াই জাকৈ বাই আহি বোকাৰে লুতুৰি পুতুৰি হৈ হেঁপাহ পূৰাই পানীত নামি গা ধোৱে ৷ এনেবোৰ লেতেব। অভ্যাসৰ দ্বাব। FAS আৰু অনিষ্টকৰ হৈ Bra! কোনে! কোনে। পুখুৰীত বাৰিব| দাতি-কাষবীয়। খালৰ পানী? মানুহৰ পেটলৈ যায় । কোর! বাহুল্য মাথোন, খালেদি বৈ শহ। মল-নুত, জন্তুৰ লাদ, আদিও পানীৰ লগত মিহলি হৈ পেট পায়গৈ ‘আৰু শৰীৰৰ অনিষ্ট সাধে। বৰ পৰিতাপৰ কথা, গাৱ'লীয়। ৰায়ত এই বিষয়ত বৰ উদাসীন । পুখুৰীত নামি গ! নুধুই পাৰত কলহেৰে পানী ঢালি oN ধুলেও তো হয়। আমাৰ মানুহে কৌটিকলীয়। অভ্যাস সতকাই এৰিব নোখোজে ৷ কাৰণ তেওঁবিলাকে weal মাতে__“উদৰ সাত পুৰুষ ম্বিল কেঁচ| মাছ খাই ৷” কোনো কোনো ডাঙৰ ৰাজহুৱা বা গিৰিহঁতৰ পুখুৰীত নামি- গা ধুবলৈ ব| হাত-ভৰি জুবুৰিয়াবলৈ মানাহি থকা স্দত্বেও লুকাই ” pate মানুহে তেনে কাম কৰে। ইংৰাজীত কয়, “‘অজ্ঞতাই ati” কথাষাৰ মিছা নহয় পুখুৰীৰপৰ। ভাল পানী পাব খুজিলে তলত লিখ৷ স্নান্থবিধি সন্মত কথা| কেইটালৈ চকু দিব লাগে। কে) ভাল মাটিত পুখুৰী খানিব লাগে ৷ (খ) পুখুৰী ডাঙৰ, নিয়মিত আকাৰৰ আৰু দ হব লাগে ।