সমললৈ যাওক

পৃষ্ঠা:গাৱঁলীয়া স্বাস্থ্য.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬ গার'লীর়। স্বাস্থ্য

সান্মিপাতিক জ্বৰ আদি citi বেমাৰত ভোগা মানুহৰ কাপোব-কানিত নৈত ধোরা হয়ঃ তেনে বেমাবীৰ মল-মূত আদিও পেলোরা। হয়। নগৰৰ ময়ল| গৈ নৈত পৰে । হিন্দুৱে নৈৰ ব|লিত a পাৰত মৰ| শ খৰি দিয়ে আৰু মৰ৷ শৰ লগত ঘোর! কাপোৰ কানি, বিছনা-পাটি আদি নৈৰ পানীত পেলাই দিয়ে। এনে কি কেতিয়াব| কেতিয়াব| মবা শও নৈত উটি যায়। এই দৰে নানা তবহব ৰোগৰ বীজাণু নৈৰ পানীত থাকি যায়। আমাৰ মানুহৰ এনে ভ্ৰম বিশ্বাস আছে যে তেওঁবিলাকে সৌত বলি থক। পানীৰ দোব নাই বুলি কয়। কিন্তু এই কথ। ঠিক নহয়। কোনে| কোনে| নৈৰ পানী বৰ ঘোদা, গতিকে ব্যৱহাৰৰ অনুপযোগী ৷ গাৱলীয়া মানুহে এনে ঘোদ| পানীও খায়। নৈৰ পানী ব্যৱহাৰ কৰিলে, স্বাস্থ্য-বিধিমতে সৰু. নাৱেৰে 4) দলঙৰ দৰে কিবা বন্দবস্ত কৰি পাৰৰ পৰ৷ ২৭৩০ ফুট ( অতিকমত ১৪ হাতমান ) আঁতৰৰ পানী আনিব লাগে। নগৰৰ AHA) গৈ যত পৰে তেনে ঠাইৰ পানি নানি তাৰ উজনিৰ পৰা অন যুগুত | ২ ৷ পুখুৰী--বেচি ভাগ মানুহে পুখুৰীৰ পানী ব্যৱহাৰ '

কৰে; কিন্তু এই পুখুৰীৰ পানীৰ সাৱধান লোৱাটে। তেওঁবিলাকে ক্তবাৰ ভিতৰত নধৰে | বাৰী চুকৰ, বাহগছৰ তলত থক। খুবুং যেন পুখুৰীৰ পানী স্বাস্থ্যব পক্ষে মহা অনিষ্টকৰ ৷ সৰু ডাঙৰ আটাইবোৰ পুখুৰীত মানুহে নামি গা ধোৱে। কোনে। কোনো পুখুৰীৰ পানী দেখিলেই ঘিণ লাগে। তাতে গৈ পানী খায়।