সমললৈ যাওক

পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৪৬ )

টিপ্পনী—  যদি মানুহে হৃদয়ত থকা আত্মাক জানি লয়,তেন্তে মন তেওঁৰ বশত থাকিব; ইন্দ্ৰিয়ৰ বশত নাথাকে। আৰু যদি মন জয় কৰা হয় তেন্তে কামে কি কৰিব পাৰে?

ওঁ তৎসৎ।

 এইদৰে শ্ৰীমদ্ভাৱত গীতাৰূপী উপনিষদ অৰ্থাৎ ব্ৰহ্মবিদ্যাৰ অন্তৰ্গত যোগশাস্ত্ৰৰ শ্ৰীকৃষ্ণাৰ্জ্জুন সংবাদৰ কৰ্ম্মযোগ নামৰ ৩য় অধ্যায় সমাপ্ত হ'ল।