সমললৈ যাওক

পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২৬) দুঃখেম্বনুদ্বিগ্নমনাঃ সুখেষু ৱিগতস্পৃহঃ । ৱীৰাগভয়ক্রোধঃ স্থিতধীৰ্ম নিৰুচ্যতে ॥ ৫৬ দুখত যিজন দুখী নহয়; সুখৰ কাৰণে নকৰে, আৰু যিজন ৰাগ, ভয় স্থিৰ-বুদ্ধি মুনি বুলি অভিহিত কৰা যিজনে ইচ্ছা আৰু ক্ৰোধ ৰহিত— তেওঁকেই হয় ৷৫৬|| শুভাশুভম্ । যঃ সৱ ত্রানভিস্নেহস্তত্তৎ প্রাপ্য নাভিনন্দতি ন দ্বেষ্টি তস্য প্রজ্ঞা প্রতিষ্ঠিতা ॥ ৫৭ যি জনে সৰ্ব্বত্র ( সকলো বিষয়তে) ৰাগ-ৰহিত হৈ শু বা অশুভ উপস্থিত হ'লে হৰ্ষ নকৰে বা শোকো নকৰে তেওঁৰেই বুদ্ধি স্থিৰ। ॥৫৭৷৷ যদা সংহৰতে চায়ং কূৰ্ম্মোংঙ্গানীৱ সৱৰ্শঃ । ইন্দ্ৰিয়াণীন্দ্রিয়ার্থেভ্যস্তসা প্রজ্ঞা প্রতিষ্ঠিতা ॥ ৫৮ কাছই যেনেকৈ চাৰিওফালৰ অঙ্গবিলাক কোঁচ খুৱাই লয় সেইদৰে এনে পুৰুষে ইন্দ্ৰিয়বিলাকক বিভিন্ন বিষয়-ভোগৰ পৰা নিজকে কোঁচ খুৱাই লয়, তেতিয়া তেওঁৰ বুদ্ধি স্থিৰ হৈছে বুলি কব পাৰি ৷ ॥৫৮॥ রিষয়া ৱিনিৱৰ্ত্তন্তে নিৰাহাৰ্য দেহিনঃ । ৰসৱৰ্জ্জং ৰসোহপ্যস্য পৰং দৃষ্ট, নিৱৰ্ত্ততে ॥ ৫৯ দেহধাৰী লোকে যেতিয়া নিৰাহাৰে থাকে তেতিয়া তেওঁৰ বিষয়-ভোগৰ প্ৰতি ভাব কমিলেও ৰস (বিষয়ৰ আসক্তি ) নাযায়। এই ৰস বা আসক্তি কেৱল ঈশ্বৰ সাক্ষাতকাৰ হ'লেহে শাস্ত হয়। ॥৫॥