সমললৈ যাওক

পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 28 ) দূৰেণ হাৱৰং কৰ্ম্ম বুদ্ধিযোগাদ্ ধনঞ্জয় ! । বুদ্ধৌ শৰণমন্বিচ্ছ কৃপণাঃ ফলহেতৱঃ ॥ ৪৯ হে ধনঞ্জয় ! সমত্ব বুদ্ধিৰ তুলনাত কেবল ধৰ্ম্ম অতি তুচ্চ তুমি এই সমত্ব বুদ্ধিৰ আশ্ৰয় লোৱা । ফলৰ কৰা লোক কেৱল দয়াৰ পাত্ৰ ॥ ৪৯॥ বুদ্ধিযুক্তো জহাতীহ উভে সুকৃত-দুষ্কৃতে । কাৰণে চ তস্মাদ্‌ যোগায় যুজ্যস্ব যোগঃ কৰ্ম্মস্থ কৌশলম্ ॥ ৫০ পৰমাত্ম বুদ্ধিযুক্ত অর্থাৎ সমতা-ভাবাপন্ন পুরুষক ইহলোকত পুণ্যই স্পৰ্শ কৰিব নোৱাৰে । সেই কাৰণে সমত্ব পাবলৈ যত্নবান হোৱা। সমতাতেই কাৰ্যকুশলতা আছে। ॥৫০॥ কৰ্ম্মজং বুদ্ধিযুক্ত৷ হি ফলং ত্যক্ত। মনীষিণঃ । জন্মৱন্ধৱিনিমু ক্তাঃ পদং গচ্ছন্ত্যনাময়ম্ ॥৫১ কেৱল সমত্ব বুদ্ধি-প্রাপ্ত লোকে কৰ্ম্মৰ পৰা উৎপন্ন হোৱা ফল ত্যাগ কৰি জন্ম-বন্ধনৰ পৰা মুক্ত হয় আৰু নিষ্কলঙ্ক গতি অর্থাৎ মোক্ষপদ পায় ৷ ॥ ৫১ ৷৷ যদা তে মোহকলিলং বুদ্ধিৱ তিতবিষ্যতি । তদা গন্তাসি নিৱেদং শ্রোতব্যস্য শ্ৰুতস্য চ ॥৫২ যেতিয়া তোমাৰ বুদ্ধি নোহৰূপী অন্ধকাৰ পাৰ হৈ যাব তেতিয়া তোমাৰ শুনিবলগীয়া৷ বিষয় আৰু শুনিবলৈকে। বাকী থকা বিষয় সম্বন্ধে উদাসীনতা আহিব ॥৫২॥ শ্রুতিৱিপ্ৰতিপন্না তে যদা স্থাস্যতি নিশ্চলা । সমাধাৱচলা বুদ্ধিস্তদা যোগমৱাপ্লাসি ॥ ৫৩ অনেক প্ৰকাৰ সিদ্ধান্ত শুনি বিমোৰত পৰা বুদ্ধি যেতিয়া সমাধিত স্থিৰ হ'ব তেতিয়াহে তুমি সমত্ব পাবা ॥৫৩॥