সমললৈ যাওক

পৃষ্ঠা:গান্ধীজীৰ অনাসক্তি যোগ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৸৴৹

যিজন ভক্ত নহয়, যিজনে শুনিবলৈ ইচ্ছা নকৰে আৰু যিজনে মোক দ্বেষ কৰে, তেওঁক এই জ্ঞানৰ কথা কেতিয়াও নকবা।(১৮-৬৭)

 “কিন্তু এই পৰম গুহ্য-জ্ঞান যি মোৰ ভক্তক দিব তেওঁ মোক পৰম ভক্তি কৰাৰ কাৰণে নিঃসন্দেহে মোকেই পাব।” ( ১৮–৬৮। )

 “আৰু যি মানুহে দ্বেষৰহিত হৈ কেৱল শ্ৰদ্ধাপূৰ্ব্বক শুনিব, তেৱোঁ মুক্ত হৈ য’ত পুণ্যবান লোকসকলে বাস কৰে, তেনে শুভলোক প্ৰাপ্ত হ’ব।” ( ১৮–৭১। )

কৌসানী (হিমালয় )
সোমবাৰ।
জেঠ, বডী ২, ১৯৮৫
তাং ২৪-৬-২৯
 মোহনদাস কৰমচাঁদ গান্ধী।