te খোৱা-বোৱা |
৪8৪ ডিমাব আঞ্জা |
ডিনা সিজাই খোলা ভাঙি গোট| ডিমাটো। উলিয়াই fas বা তেলত ভাজি নিমখ, ধনীয়া ভাজাব গুৰি, হালধিৰ গুৰি, জলকীয়াৰ গুৰি, জালুকৰ গুৰি দি লাবিব লাগে | অলপ পাচত নিমুটেঙাৰ ৰস পানীত গুলি নি ঢালি দিব লাগে। ঘন হলে নমাব লাগে।
৪৫ | মাংসব কালিয়া।
প্রথমে মাংস আৰু পিয়াজ ঘিউত ভাজি অলপ পানীত ধনীয়া, হালধি বটা আৰু অলপ নিমখ গুলি দিব লাগে। পাচত পানী দি fata লাগে; সিক্তি পানী ‘শুকালে গৰম মচল| abi দি নমাব লাগে।
৪৬। বৌ মাছৰ কালিয়া
মাছ সিজাই কাঈট বাচি নিমখ আৰু জলকীয়া বটা সানি চাউলৰ গুৰি দি ভালকৈ সানিব লাগে। তাৰ পিচত গোল গোল কৰি ঘিউত ভাঞ্জিব লাগে। এতিয়া সেই ঘিউত তেজপাত, জলকীয়া, জীৰা, গোটা গৰম মচলা ফোবণ দি হালধি, আদা, ধনীয়া, নেহুৰ বট! দি ভাজিব লাগে। গোন্ধ ওলালে নিমখ-পানী দিব লাগে। উতলিলে কিচ্মিচু বা কাচা মটৰ দিব লাগে ।
8৭1 লাউ-মাংস।
মাংস ভালকৈ থুকি ঘিউত ভাজি জলকীয়া, হালধি,
ধনীয়া বটাঁ, নিমখ দি অলপ পৰ লাৰি চাৰি দি পানী দিব