সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

থোৱা -বোৱ! । ৬১

বোলত পানী বেচি ৰাখিব লাগে। চিতল মাছেৰে ৰান্ধিলে খাবলৈ ভাল হয়।

৩৫ ৷ চালগমব আগ্া।

বেচি বুঢ়া চালগম খাব লাগে । আগেয়ে চালগমবোৰৰ বাকলি গুচাই ডোখৰ ডোখৰ কৰি কাটি পানীত ধুই থব লাগে। ইচ্ছা কৰিলে নতুন আলুও দিব পাৰি। চালগম লুচি ভাজাব লগত খাবলৈ ভাল। ভাতৰ লগতে| বেয়া নহয় ৷ মচলা, ধনীয়া, জালুক, জীৰা অলপ গৰম মচলা সক্লোকে বটি লৈ চালগোমৰ ডোখববিলাকত নিমখ, হালধি সানি লৈ চৰুত তেল বা ঘিউ অলপ বেচি পৰিমাণে দি তাৰ লগত তেজপাত, শুকান জলকীয়া দি লাৰি দিব লাগে। যেতিয়া সেইখিনিৰ গোন্ধ ওলাব তেতিয়া চালগমখিনি বহাই দিব লাগে। আৰু ঢাকনি এখন দিব লাগে। যেতিয়া চালগম্বপবা পানী ওলাই চালগমখিনি সিজিব তেতিয়া ঢাকনি গুচাই লাৰি দি অলপ ভাজা যেন হলে নমাই ঘিউ আৰু গৰম মচলা বটা দি ঢাকি ৰাখিব লাগে।

oy] চালগমৰ লগত মাছৰ cater | চালগম সৰু বা ডাঙৰকৈ কাটি লব লাগে। তাৰ লগত আলু দিব লাগে। আলু ait চালগম ছুভাগ লব লাগে। চৰুত তেল বহাই আগেয়ে মাছখিনি ভাজিব লাগে। সেই চৰুতে আকৌ৷ তেল বহাই coms, জলকীয়া আদি দি