সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৮ ৰোৱা-বোৱ৷ ।

আলু ভাজি নমাই থব amt! তাৰ পিচত চকত তেল বহাই abi মচলা আদি গুলি পানী দিব লাগে। পানীৰ উতল আহিলে আধা ভাজা মাছ আলু একেলগে বহাই দিলে হয়। যেতিয়া পানী মৰি আহিব তেজপাত, জলকীয়া আদি দি তেলনী মাৰিব লাগে। কাৰণ বেচিকৈ লাৰি চাৰি দিলে ais ভাঙিব পাৰে, সেই নিমিত্তে সাৱধানে নমাব লাগে। ঝোল আদি অলপ চাইচিতি ৰান্ধিব লাগে। সকলে| ৰকমৰ বোলৰ আঞ্জাত পানী বেচিকৈ ৰাখিব নালাগে৷ অতি কমকৈও ৰান্ধিব নালাগে।

২৯ | মিহলি cata

আলু, বেঙেনা, উৰহি আদি পাচলিবোৰ কাটি ভালকৈ ধুই থৈ দিব লাগে। চৰুত তেল বহাই মাছ আধা STE কৰি থৈ সেই চকতে তেল দি কাটা পাচলিবোৰ আধা! ভাঙ্গা কৰি, ai মচল| অলপ পানীত গুলি দি লাহে লাহে লাৰি দিব লাগে। যেতিয়া ভাজাৰ নিচিনা হব তেতিয়া পানী দিব লাগে। উতল আহিলে ভাজা মাছ পেলাই দি কিছুসময়ৰ পাচত নিমখ, আদা বটা দিব লাগে। পানী অনুমানকৈ দিব লাগে। তিনিভাগৰ দুভাগ পানীয় শুকাব লাগে। সকলে| ৰকমৰ বোলতে পানী কম দিব লাগে। জিকা, ভোল আদিৰো সেই নিয়মে বোল কৰিব পাৰি ৷ পিচে আন পাচলিৰ আঞ্জাতকৈও জিকা-ভোলৰ আঞ্জাত পানী কম দিলে ভাল।