খোৱা-বোৱা । aq
দি ঢাকি দিব লাগে। বেঙেনাৰ আঞ্জাত বেচি পানী দিশ নালাগে। আঞ্জা থপথণীয়া হলে নমাই থব লাগে। ২৬ | নাভাজা বেঙেনাৰ আঞ্জা । বেঙেনাবিলাক ছুফালকৈ ডাঙৰ কৰি কাটি পানীত তিয়াই থব লাগে। ৰান্ধিবৰ আগেয়ে বেঙেনাখিনি পানীৰ পৰ৷ ভুলি থব লাগে। এতিয়া চৰুত বহাই পানী দিব লাগে | সেই পানীতে মচলা আদি একেলগে গুলি দি দিব লাগে। যেদ্য়া পানীৰ tea আহিব তেতিয়া মাছ আৰু কাটা বেডেনা, মাছ বহাই দি আঞ্জা নোহোৱালৈ ঢাকি ৰাখিব লাগে । লগতে নিমখো দিব লাগে। হোৱাৰ সময় ঢাকনি গুচাই থিউ দি নমাই থব লাগে।
২৭ | আলু বেঙেনাৰ ঝোল।
আলু আৰু বেন! ডাঙৰকৈ কাটি পানীত ধুই লব
লাগে | চৰুত তেল বহাই তেল পকিলে মাছ ভাঙ্গি লব
লাগে। সেই চৰুতে কাট! পাচলি বহাই অলপ ভাজি
মচল। আদি অলপ পানীত গুলি চৰুত বহাই ভজাব নিচিনা
কবি পানী দিব লাগে। পানীৰ Ben আহিলে ভাজা দিব
লাগে । হবৰ সময়ত তেলনী মাৰিব লাগে। নিমখ দি নমাবৰ আগেয়ে অলপ আদা বটা দি নমাব লাগে।
২৮। আলুৰ ঝোল আলুৰ বাকলি গুচাই কাটি নাইবা বাকলি হুগুায়ো কাটি ধুই ৰাখিব লাগে। মাছ আধা ভাজা কৰিব লাগে।