সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1৮৯

উপৰি প্রতি দিন ৰান্ধোতে কিবা এটা মৌলিক কৰা তেওঁৰ স্বভাৱ আছিল | তেওঁ গুৱাহাটীত থাকাকালত এদিন আমি উপস্থিত হোৱাত তেওঁ আমাক “বহা” বুলি কৈ ৰান্ধনি ঘৰ সোমায়, আৰু প্রায় আধাঘণ্ট৷ সময়ৰ fevars কেইবা বিধো জলপান তৈয়াৰ কবি আনি আমাৰ আগত দিয়েহি ।

ইং ১৯২৬ চন আসাম সাহিত্য সভাই বন্ধন প্রণালী বিষয়ৰ এখন পুথি লাগে, বুলি জাননী দিয়ে । আমাৰ গ্রন্থ- eal কিবা কাৰণত সেইসময়ত যোৰহাটতে আছিল | তেওঁ জাননী দেখিয়েই তেওঁৰ মাতৃদেবীৰ লগত এই গ্রন্থ প্রণয়ন সম্বন্ধে আলোচনা কৰে আৰু পাচদিনাখনেই হাতত কাপ লয় ৷ তেওঁ এমাহ মানৰ পাচতেই চিলেটলৈ যাবলগীয়া হৈছিল, সেই কাৰণে বৰ লব! লৰি কৰি মাতৃৰ সৈতে লগ তৈ গায় ২৫ দিনৰ ভিতৰত এই পুথি লিখি শেষ কৰে ।

আজি প্রতিভাদেবী স্বৰ্গত; আমি তেওঁক “নাকো” বুলি মাতিছিলো ; ভনীৰদৰে স্নেহ কৰিছিলে ৷ তেওঁৰ forex দেৱে যেতিয়া অগ্নি, ব্ৰাহ্মণ আৰু দেৱতাক সাক্ষী কৰি তেওঁক দান কৰে তেতিয়াও আমি হোমৰ ওচৰতে আছিলে ৷ যেতিয়া প্রতিভাই নাৰী মূৰ্তি ধৰি cas পিতৃৰসৈতে স্বামীৰ ঘৰলৈ যায়) সেই সময়তো আমি আহি তেওঁক আধা বাটৰপবা বিদায় দিছিলে৷; প্রতিভাই যেতিয়া মাতৃত্বৰ গৌৰবেবে মণ্ডিত হৈ নাৰীস্বৰ বিকাশ কৰিছিল , সেই কালৰ ভিতৰতো আমি মাজে সময়ে তেওঁৰ হুৰিণ। পৌৱালিৰ' দাৰে