সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

eo পগোৱা-বোৱা ।

দি হালবীয়া কৰি ভাজি কৰিব পাৰি। ছুমাদ্ম| কৰি টেঙা খাব পাৰি ৷ মিহিকৈ কাটি মাছব লগত ঝোল খাব পাৰি। পিটিকা কৰি ভাল দম কৰি ভাতত দি খাব পাৰি! শাক আদি তর্কাবীৰ লগত মিহলায়ো খাব পাবি । ধৰিবৰ ভয় কৰিলে সিজাই পানী পেলাই দিব লাগে । তাৰ বাকলি ভালকৈ গুচাব লাঁগে। প্রথমে ওপৰে ওপৰে বাকলি পেলাই তাৰ পিচত আক এবাৰ ভালকৈ বাকলি পেলাব লাগে। সেই মাজৰ বাকলিখিনি ৰদত শুকাই গুৰি কৰি খাৰ খাব পাৰি । এই ধৰণে সকলো প্ৰকাৰ কচুৰে নিজৰ বুদ্ধবে নান। প্রকাৰে খাব পাৰি। সকলো ৰকম ঝোলৰ মাছ আগেয়ে ভাজি লব লাগে।

২৫ | বেঙেনা আক মাছৰ cata

ইয়াত জ্বলাৰ পৰিমাণ অলপ বেচি লাগ। আগেয়ে পানী গৰম কৰি ৰাখিব লাগে। বেঙেনা আৰু মাছ আগেয়ে বেলেগে ভাজি থব লাগে। পাচত চক বহাই তেল দি তেজপাত, শুকান জলকীয়া তেল পকিলে বহাই দিব লাগে) তাৰ পিচত বটা মচলা অলপ পানীত গুলি চৰুত বহাই দি লাৰি-চাৰি দিব লাগে। মচলাখিনি অলপ ভাজা ভাজা হলে পানী বহাই দি লাৰি-চাৰি দিব লাগে। পানীৰ উতল আহিলে বেঙেন| আক মাছ ভাজাখিনি পেলাই দিব লাগে। লাৰি-চাৰি পাত্ৰটো ঢাকি ৰাখিব লাগে। হবৰ সময়ত নিমখ