স্ব
খোবা-ঘোরা । ৯
১১) ইলিচমাছৰ জ।লা আগ্তা।
ইলিচমাছব এই আঞ্জা ৰান্ধিবলৈ হলে গদাৰ মাছ লব সাগে। মাছত নিমখ, হালধি সানি অলপ ভাজি ভুলি থৈ তেলত yas তেল দি জলকীয়া, তেজপাজ, মিঠি গুটি ফোৰণ দি কুটি থোৱা আলু, পত্ল, কঠালগুটি ভাজিব লাগে। অলপ পাচত নিমখ, হালধি দি তাৰ জগতে ভাজা মাছ দি আকে৷ ভাজিব লাগে। মাছবিলাক ভাঙি দিব লাগে। ভালকৈ ভজা হলে নমাব লাগে। নমাবব আগেয়ে দুটামান চিবা fess মিহলালে srry কাৱৈ, মিছামাছৰোে| এইদৰে mS ৰান্ধিব পাৰি।
১২ ৷ Galatea জাল! ।
মাছ কুটি লৈ নিমখ, হালধি সানিব লাগে। তেলত মাহৰ বৰি ভাজি তুলি আলু, বেঙেন|, পতল, ৰহী, মূলা আদিৰ ভিতৰত তবিধ আঞ্জা বাচি পৈ বেলেগে বেলেগে ভাজি তুলি থৈ তেলত তেজপাত, জলকীয়া, জীৰ|, ফোৰণ দি মাছ দিব লাগে। ভাজা হলে জলকীয়া ধনীয়া বট| গুলি দিব লাগে । পানী শুকাই গোন্ধ ওলালে নিম, তালৰি দি পানী দ্বি লাগে। উভলিলে প্রথমে ভাজ। আগ্রা দি পাচত ভাজ। বৰি দিব লাগে। সিজিলে ভিবা, জালুক বটা, অলপ চাউল abl, তেজপাত ও feof বটা একেলগৈ গুলি দিব লাগে। ঝোল অলপ ঘন হলে নমাই থব লাগে। বাহু, মৃগা, চিতল, আভি, বৰালী, বচ, ভাঙন, Hf, মূৰাপুঠি,
—8