৪৮ খোৱা-বোৱা |
fea লাগে। উতলিলে আধা fei মটৰ দালি বা ভিজা! মটৰ দিব লাগে। বোল থাকোঁতেই নমাব লাগে। কঠাল গুটি, ডাঠা অলপ সিজাই দিব পাৰি। তিয়াহৰ ঝোল এইদৰে ৰান্ধিব লাগে। al ৰঙালাউৰ erat | আলু, বেঙেন৷, কেচা ৰঙালাউ ডাঙৰকৈ কুটি লব লাগে। ৰঙালাউৰ আগৰ শাক লব লাগে। তেলত জীবা, তেজপাক্, জলকীয়া ফোৰণ দি আঞ্জাখিনি ঢালি দিব লাগে আৰু ভাজিব লাগে। নিমখ, হালধি, জলকীয়| বটা দি পানী দিব লাগে। উতলিলে বালিত ভাঙ্গা মাহৰ দালি মিহলাব লাগে। ঝোল থাকোঁতেই নমাব ‘লাগে। so] মিহলি জালা। ৰঙা আলু, পতল, বেঙেনা, ওবহি, মূলা, লাউ, বুটমাহ, জিকা, কোমোৰা, fie, কঠালগুটি, ডাঠা, ফুলকবি, ওলকবি, চালগম, গাজৰ, ফ্কোৱাচ, বীন, বীট, পালেং, মটৰোই, বিলাহী-বেঙেন| ইত্যাদিৰ ভিত্ৰত ১৪1১৫ বিধ অগা লৈ ডাঙৰকৈ কুটিব লাগে। তেল বা ঘিউত তেজপাত, জলকীয়া, মিঠি, ফোৰণ দি cig দিব লাগে । আৰু ভাজিব লাগে। ভাজা হলে নিমখ, হালধি আৰু পানী দিব লাগে। Be fare ভিজা মটৰ, বালিত ভাজা মুগ বা মাহৰ দালিত দিব লাগে। সিজিলে চেনি দিব লাগে। ঝোল থাকোতেই Pal | খুব বেচি পৰিমাণে ঝোল এৰিব নালাগে |