থখোৱাৱা|-বেৱ|া। ৪৭
দিলে ভাল। চিতল মাছৰ গদিৰে| এইদৰে ধোকা ৰান্ধিব পাৰি। কলিয়া আধ্যায়ত কীইট বচা নিয়ব লিখিছে । ৭। ফুল কবিৰ জালা ৷
ফুলবোৰ সককৈ ভাঙি বা কুটি লব লাগে। আলুও দিব পাৰি। মাহৰ বৰি ভাজি তুলি থৈ তেলত জীৰা, তেজপাত, জলকীয়া ফোৰণ দি আলু, কবি দিব লাগে। ভাজা হলে নিমখ, হালধি দি aa পানী দিব লাগে। এনে আন্দাজতে দিব লাগে যেন পানী শুকালে আঞ্জাও সিজে আৰু একেবাৰেই শুকান হৈ নাযায়। উতলিলে মাহৰ বৰি দিব লাগে। সিভিলে জীৰা, জালুক, তেজপাত দি মিহল৷ব লাগে। শুকান হলে নমাব লাগে। চালগম, ওলকবি স্কোৱাচ, আলু, পতল, “কামোবা ইদ্যাদি এইদৰে ৰান্ধিব পাৰি। ইয়াত মাছ sisi বা বৰি ভাজা দিব পাৰি।
৮। লাউৰ জালা।
লাউ অলপ ডাঙৰ ডোখৰকৈ লব লাগে। মটৰ দালি ভিজাই থব লাগে। তেলত মিঠি, তেজপাত, জলকীয়া ফোৰণ দি লাউ দি ভাজিব লাগে। ভাজ| ইলে নিমখ, হালধি দি চাউল খছ পানী দিব লাগে । পানীও দিব পাৰি। উতলিলে ভিজা মটৰ দিব পাৰি। ঝোল থাকোতেই নমাব লাগে। ইয়াত আলু দিব পাৰি। ইচ্ছা কৰিলে হবৰ সময়ত ধনীয়া শাক দিব পাৰি। তেলত তেজপাত, জলকীয়া ফোৰণ দি লাউ ভাজিব লাগে। ভাজা হলে নিমখ, হালধি দি পাৰা