(ea
পোছাক পৰিচ্ছদ, আয়মলঙ্কাৰ আদিলৈ coda আগ্রহ নাছিল; ভদ্রতা wr কৰিবলৈ যি নহসে নিতান্ত নচলে তাকেহে পিন্ধিছিল। কিন্তু কিতাপৰ কাৰণে অত্যন্ত আগ্রহ আছিল। পিতাকে অলঙ্কাৰ বা মূল্যবান কাপোৰ আদি কিনি দি” খুজিলে তেওঁ তাক নলই তাৰ সলনি প্রায়েই কিতাপ |শুনিছিল। বলত অনুৰোধ উপাৰোধ কৰিহে তেওঁক কাপোৰ বা অলঙ্কাৰ দিব লগীয়া হৈছিল |
asa স্বামী esi কৰা, মাতৃহৈ সন্তান পালন কৰ! _গুহ্কৰ্ত্া হৈ ঘৰ চলোৱা আৰু দেশৰ এগৰাকী শিক্ষিত! মহিলা হিচাবে মহিলা শনুষ্ঠানৰ মাজেদি দেশৰ সেৱ| কৰাটোৱেই তেওঁৰ জীৱনৰ লক্ষ্য আছিল ৷ মুঠতে যদিও প্রতিভাদেবী নিচেই কম বয়সতে বিদায় লোৱা বাবে তেওঁৰ জীৱনৰ উদ্দেশ্য বাহিৰত ভালদৰে বিকাশ হবলৈ নাপালে, তথাপি তেওঁৰ সেই ক্ষস্তেকীয়া জীৱনৰ কামবোৰ দেখিলে তেওঁক বৰ্ত্তমান সময়োপযোগী এগৰাকা আদৰ্শ নাৰী আছিল বুলি নকৈ নোৱাৰি |
প্রতিভাদেবী এগৰাকী wa বান্ধনীও আছিল। তেওঁ ন বছৰ বয়সবপৰা ৰান্ধিবলৈ অভ্যাস কৰে। স্বামীৰ লগত তেওঁ বাস কৰা সময়ত, পিতৃ - ঘৰৰ দৰে যদিও তেওঁৰ ঘৰত বান্ধনী বামুশ আছিল; তথাপি তেওঁ প্রতি
সাজতে নিজে দুই এখন আগা ৰান্ধিহে আনন্দ পাইছিল, oe আবেলিৰ ‘জলপান সদায় তেৱেঁই safer | ইয়াৰ