fe
চিলেটত থাকোঁতে তাৰ মহিলা অনুষ্ঠানবিলাকৰ তেওঁ অন্যতম! সদস্য! আছিল; আৰু শিক্ষিত| মহিলাসকলৰ মাজত তেওঁৰ সৰলতা, বদান্যতা, প্রতিভা প্রকাশ পাইছিল । ইয়াৰ ফলতেই তাৰ শিক্ষিত সম্তান্ত মহিলাসকলে আক ‘শ্ৰীযুত নলিনী মোহন শাস্ত্ৰী, Sas ব্ৰমালী বেদান্ততাৰ্থ প্রভৃতি লোকসকলে তেওঁক নিজৰ ala দৰে আদৰ কৰিছিল। তেওঁ ইমান দয়ারতী আছিল, যে, কোনো জোক সহাযাৰ নিমিত্তে তেওঁৰ ওচৰত উপস্থিত, হালে দান নকৰিলে তৃপ্তি নাপাইছিল |
এসমযত চিলেটৰ দুখীয়া ছাত্ৰ এজনে পঢ়াৰ সুবিধা বিচাৰি তেওঁৰ ওচৰত উপস্থিত হয়; তেওঁ ছাত্ৰজ্নৰ ছুখ-কষ্টৰ কথা , গুনি স্বামীৰ আদেশ সৈ লৰাটিক নিজৰ ঘৰতে ৰাখি স্কুলত পঢ়িবলৈ দিয়ে; বর্তমানেও এই লৰাটি তেওঁৰ স্বামীৰ লগত থাকি কটন কলেজত পঢ়ি আছে।
তেওঁৰ চিঠিপত্ৰূবাৰ কেৱল ভাত মাছ খোৱা কথাৰে পূৰ্ণ নাছিল। তেওঁ তাত সমাজ, দেশ, ভাবা আদি বহু বিষয়ৰ কথ! উল্লেখ কৰিছিল। তেওঁৰ * ডায়েৰী ” আক স্বামীলৈ লিখা পত্রবোৰ স্বামীয়ে অতি যত্ন কৰি ৰাখিছে। শুনিবলে পাইছে? তেওঁৰ চিঠিবোৰত তেওঁৰ Baer, fa, ব্যক্তিত ফুটি উঠিছিল ।