ve খোৱা-বোৱ| ।
২৫ ৷ কঠালৰ মুচিৰ ঘণ্ট।
কঠালৰ মুচিৰ বাকলি গুচাই ডোখৰ ডোখৰকৈ কাটি সিজাই লৈ চৰুত থিট দি আলু আৰু কঠাল ভাজি নমাই ৰাখি, আকৌ৷ অলপ থিউ দি তেজপাত, আদা, ধনীয়া জালুক, জীৰ|, জলকীয়। বটা দি লাৰি দি যেতিয়া ভাজা হব তেতিয়! আলু, কঠালৰ মুচিখিনি বহাই দি নিমখ, চেনি দি লাৰি দি অলপ ভাজা হলে পানী দি আঞ্জাবোৰ ভালদৰে ভাজি দিব লাগে। যেতিয়া আগ্জাখিনি থক্থকীয়া হব তেতিয়া গৰম মচল| ও জীবাৰ গুৰি দি ঢাকি থৈ দিব লাগে। ফোৰণ দিয়াৰ সময়ত ইচ্ছা কৰিলে feo farsi দিব পাৰ৷ যায়। ২৬ ৷ বান্ধা কবিৰ ঘণ্ট।
বান্ধ৷ কবি কুটি লৈ ঘিউ বাঁ তেলত তেজপাত, জলকীয়া ফোৰণ দি কবি বহাই দি ভালকৈ ভাজিব লাগে। মাক তেজপাতবোৰ তুলি থৰ লাগে। নিমখ, হালধি, জীৰা জালুক abi গুলি দি তেজপাতবোৰ বহাই দি উতলিলে ভাজা আলু দিব লাগে। সিজিলে চাউল বটা দি অলপ পাছত চেনি অলপ আক গৰম মছলা দি নমাই থব লাগে। ২৭। ওবহিব ঘণ্ট।
ওৰহি মিহিকৈ কুটি লবা। তেলত মাহৰ বৰি ভাজি তুলি লবা। তেলত জীৰা, তেজপাত, জলকীয়া ফোৰণ দি ওৰহি ভাজিবা। অলপ পিছত নিমখ, হালধি দি পানী দিবা। উত্তলিলে ভাজা বৰি faa সিজিলে চেনি জালা বটা