সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোরা-বোর। । ২৯

ঢাকি থবাঁ। অলপ পাচত গাখীৰ, চেনি, জিৰা, তেজপাত, জলকীয়া ফোবণ দি আঞ্জাবোৰ ঢালি দিবা। থকথকীয়া হলে নমাই থবা । ২২। কচু শাকৰ ঘণ্ট।

কচু দীঘলকৈ কাটি সিজাই ধনিয়া, জীবা, জালুক, জলকীয়! বটা, নিমখ, চেনি, গাখীৰ ভালকৈ সানি এটা চৰুত থিউ বা তেলত জিৰা ফোবণ দি কচু খিনি বহাই দিব লাগে। ইচ্ছা কৰিলে ময়দা বা চাউল বটাও দিব পবা বায়। এলৰ ডাঠাৰ abe এইদৰে ৰান্ধিব পাৰি।

২৩ ৷ পটলৰ ঘণ্ট।

পটল আৰু আলু কুটি ঘিউত তেজপাত, গৰম মচলা ফোৰণ দি পটল আক আলুবোৰ আধা ভাভা কৰি গোট| চেৰেক কিচ.মিচ. দি নিমখ, আদা! জলকীয়া সৰু কৈ কাটি দি পানী মৰিলে নমাব লাগে।

২৪ ৷ দৈ পটলৰ ঘণ্ট। by

চৰুত থিউ দি তেজপাত, গৰম মচলা ফোৰণ দি হালধি, ধনিয়া, জলকীয়া বটা দি লাবি দিব লাগে। অলপ পাচত কিচমিচ দৈ দিব লাগে। গোন্ধ ওলালে আলু, পটল বহাই দি দুই এবাৰ লাৰি চাৰি দিব লাগে। নিমখ দি বাদাম পেল্ত৷ ডোখৰ ডোখৰকৈ দি যেতিয়া আঞ্জাখিনি সিলি থক্‌থকীয়া হব তেতিয়া নমাই গৰম মচলা দি ঢাকি দিব লাগে।