Re খোবা-বোরা।
দ্বিতীয় নিয়ম
প্রথম ডাঠাৰ চোচবোৰ গুচাই লৈ ডাঠী খিনি ডোখৰ ডোখৰকৈ কুটি লৈ তেলত জলকীয়া, তেজপাত ফোৰণ দি ডাঠাখিনি ভাজিব লাগে ৷ ভাজা হলে নিমখ, হালধি, সৰিয়হ বটা দি নমাই থব লাগে। 381 আফুগুটিৰ Set
আফুগুটি ভালকৈ ধুই বাটিব লাগে। আকৌ see তেল দি আলু ভাজি তুলিব লাগে সেই তেলতে আৰু অলপ তেল দি পাচ ফোৰণ দি আফু aby বহাই দি লাৰিব লাগে। ৰঙচুৱা হলে হালধি বটা গুলি দি দুই এটা উতল খালে নিমধ, ভাজা আলু. দিব লাগে। যেতিয়া আঞ্জাখিনি থপ থপীয়া হব তেতিয়া নমাই থব লাগে |
ভাত কেৰেলা, জিকা ইত্যাদিও এইদৰে ৰান্ধিব পাৰি।
অকলে আফুগুটিৰ বৰ ভাজাও কৰি খাব পাৰি। ডালিৰ বৰ ভাজাৰ দৰে নিয়ম । ১৫ । মিহলি জালুকীয়া are,
ৰঙা লাও, আলু, পটল, বেঙেন| এইবোৰৰ বাকলি ঠাৰি গুচাই লৈ মিহিকৈ কুটি বেলেগে বেলেগে ভাজিব লাগে। তেলত জলকীয়া, তেজপাত, কালজীৰা, সিঠি ফোৰণ দি আঞ্জা খিনি ঢালি দিব লাগে। অলপ ভাজি নিনখ, কাচা জলকীয়া, সৰিয়হ বটা দি লাৰি চাৰি দি নমাব লাগে। [ পকা ৰঙা লাও দিব লাগে ] ৷