খোৱা-বোৱা ৷ ২৫
ser খৰথৰি ৷
মূলা, জিকা, আলু ইত্যাদিৰ চৰচৰী ৰান্ধি নুমাবৰ সময়ত নাৰিকল বোকা, তিল, আফুগুটি বটা মিহলাই নমাব লাগে। ১; ৷ কঠালৰ মুচিৰ থুপথুগীরা আঞ্তা ৷
কঠালৰ মুচি সৰহকৈ কুটি লব লাগে। চৰুত তেল দি তেজপাত, পাচ ফোৰণ দি হালধি জলকীয়া আদা বটা গুলি দিব লাগে। পানী সবহ দিব নালাগে। উতলিলে নিমখ, আৰু কঠাল বহাই দিব লাগে। কিছু সময়ৰ পাচত পানী মৰি আহিলে নাৰিকলৰ গাখীৰ দিব লাগে। কঠাল সিজি পানী মৰিলে গৰম মচলা দি নমাব লাগে। আগেয়ে কঠাল সিজাই লৈও ৰান্ধিব পাৰা যায়। ১২ ৷ কলডিলৰ জালুকীয়া ৷
কলডিল কুটি ধুই সিজাই লৈ তেলত জলকীয়া, তেজপাত ফোৰণ দি কলডিলখিনি বহাই দি ভাজা যেন হলে নিমখ হালধি জালা বটা দি সিজিলে নমাই থব লাগে। ১৩ ৷ চজন| ডাঠ| সবিয়হেবে।
প্রথমে বেহাৰ, জলকীয়া বটা চৰুত গুলি দিব লাগে। দুই এটা Gon খালে চজনাৰ ডাঠা খিনি বহাই দিব লাগে। যেতিয়া সিজিব আৰু পানীও শুকাব তেতিয়া নমাই থব লাগে। এনে আন্দাজতে পানী দিব লাগে, যাতে পানীও সোহে আঞ্ত৷ও৩ সিজে। আগতে অলপ হালধিৰ গুৰিও দি লব লাগে। হবৰ সময়ত অলপ চেনি দিব লাগে।