২৪ খোৱা-বোৱা ৷
wv! পিয়াজৰ শুকান aie!
are আৰু পিয়াজ কুটি লৈ তেলত জলকীয়া, মিঠি ফোৰণ দি বহাই দিব লাগে। ভাজা ভাজা যেন হলে নিমখ, হালধি দি সিজি পানী নাইকিয়া হলে নমাই থব লাগে।
a কবিৰ পাতৰ থুপথ,গীরা আগ্তা।
কবিৰ পাতবোৰ কুটি লব লাগে। তেলত জলকীয়া, মিঠি ফোৰণ দি কুট৷ খিনি বহাই দি ভাজিব লাগে। ভাজ! হলে নিমখ, চেনি হালধি দি যেতিয়া পানী শুহিব আক সিজিব তেতিয়া নমাব লাগে। ৮। তিয়'হৰ জালুকীয়া aici:
বুঢ়া তিয়হ সক সৰুকৈ কুটি লৈ তেলত তেজপাত, মিঠি, জলকীয়া ফোবণ দি সেই তেলত তিয়'হবোব ভাজিব লাগে । ভাজা হলে নিমখ, হালধি পানী দিব লাগে। যেতিয়া সিজিব অলপ চেনি দি পানী শুকালে নমাই থব লাগে। ইয়াৰ লগত নাৰিকল বোকা দিলে বেছি সোৱাদ হয়। জিকা, ভোল ইত্যাদিবোবে। এইদৰে ৰান্ধিব পাৰি । কিন্তু এইবোৰত পানী নিদি এনেয়ে সিজাব লাগে। al মিহলি জালুকীয়া আঞ্জা ।
ৰঙালাউৰ বাকলি, fers, atta বাকলি, আক ৰঙালাউ একেলগে কুটি লৈ তেলত কেঁচা জলকীয়া, কালজীবা, তেজ- পাত, সৰিয়হ ফোৰণ দি সেই তেলতে আধাখিনি ভাজি লৈ নিমখ হালধি পানী দি সিজাই পানী শুহি গলে নমাই থব লাগে।