সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গোৱা-বোৱ|া । ১১

ইয়াৰ লগত নিমখ, জালুকৰ গুৰি সানি তেলত ৰঙাকৈ ভাজিব লাগে। বাঢচোতে মাছবোৰ কাচি লব লাগে।

২৯ ৷ মাংস ভাজি।

হাব নাথাকা ভাল নাংস লৈ নিষখ, দৈ, হালধি, জালুকৰ গুৰি সানি ঘিউ আৰু পানী দি সিজাব লাগে। পানী এনে পৰিমাণ কৰি দিব লাগে যাতে মাংসও সিজে আৰু পানীও নৰে। পানী মৰি যেতিয়া fad খিনি ওলাব সেই ঘিউতে ভাজা হব লাগে। ইয়াক সাবধানে লাৰা- চাব| কৰিব লাগে। নহলে ভাঙি যাব পাৰে। তাৰ পিচত নমাই ঢাকি থব লাগে।

৩০। পাঠাৰ মুৰৰ ঘিউ ভাজি।

পাঠা, খাহি বা ভেৰাৰ মূৰৰ ঘিউবোৰ উলিয়াই লৈ ধুই ডোখৰ ডোখৰ কৰি লবা। নিমধ, জালুকৰ = গুৰি, আদা বা পিয়াজৰ ৰস, অলপ টেডা, চেনি, ডিনাৰ কুন মিহলাই লব|। তাতে ঘিউৰ ডোখৰ খিনি সানিব|। পাছত চুজিৰ গুবিত লেটিয়াইট fete বা তেলত ভাজিবা।