এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ae ধথোৱাঁ-বোৱ| ৷
টেঙা সানি ভাঞ্জিব লাগে। আন মাছ্ছো এই ধৰণে ভাজিব পাবা বায়। ইচ্ছা কৰিলে পিয়াজ, আদাৰ বস বটাও মিহলাব পাৰি ।
২৬ ৷ কৱৈ মাছ ভাজা। ১ম নিয়ম
মাছ কাচি ধুই নিমখ, হালধি আদা বট! বা ৰস জালুকৰ গুৰি বটা সানিবা। ভাজা চুজি বা ভাজা চাউল গুৰি এবাৰ লেটিয়াই ভাজিবা। ২য় নিয়ম
ডিম! ভাঙি ওপ্ৰত কোৱা৷ মচলা মিহলাই ভালকৈ ফেনাই লৈ মাছবোৰ তাতে জুবুৰিয়াই ভাজিব লাগে। আন মাছো| এইদবে ভাজিব পাৰি৷ ২৭। বিশেব মাছ ভাজা। :
মাছ কুটি ধুই নিমধ, জলকীয়া বট। আফুগুটি বা তিল বটাত feat মিহলাই তাত মাছ ডুবাই পিঠা গুৰিত লেটিয়াই ভাজিব| ৷
২৮ ৷ বিলাতী ধৰণেৰে মাছ ভাজাৰ প্রণালী।
‘সৰু মাছ এই নিয়মে ৰান্ধিব লাগে--মাছবোৰ গোট গোট কৰি কুটি ধুই লৈ এদিন পাছত ৰান্ধিলেও কোনো কথ৷ নাই । তেতিয়। চির্কাত ভিজ্াই থব লাগে। fetta পৰা তুলি আনি ডিমা wif ফেনাই মাছবোৰত সানিব লাগে।