১৪ carat বোৱা ।
মাছৰ পানী চেপি পেলাব লাগে। খাবৰ সময়ত কেচা জলকায়| সৰিয়হ বটা, নিমখ, ভাল তেল সানি খাব লাগে।
৫। চৰাই সিজোৱা ।
চৰুত পানী দি আদা পিয়াজ চকলিওৱা তেজপাত, জালুক দি সিজাব লাগে। উতলিলে বাচি থোৱা চৰ/ইটো পানীত দি ভালকৈ সিজাব লাগে। সিজিলে নুমাই be, এবিধেৰে খাব লাগে।
wl বেঙেনা ভাজি। (১ম নিয়ম) প্রথমে বেঙেন। ফালি লৈ অলপ অলপ ফালি নিমখ সানি তেলত ভাজিব লাগে। সিজিলে নুমাই থব লাগে। ডাঙৰ বেঙেনা হলে আৰু সৰু টুকুৰা কৰি কাচি লব লাগে। ( ২য় নিয়ম ) ডাঙৰ বেঙেন| চকপিয়াই গোলা বেচন গুৰিত জুবুৰিয়াই তেল বা ঘিউত ভাজিব।
a1 বেচনৰ গুৰিৰে ভাজি।
রেচনৰ গুৰি অর্থ বুট বা মটৰৰ দালি গুৰি। আন ডালিৰ গুৰিকে| বেচন বোলে; কিন্তু cal আদিত ব্যৱহাৰ নহয়। বেচন গুলি লৈ নিমখ, হালধি, জলকীয়া জালুক ইত্যাদির গুৰি বা বটা মিহলাই খুব ফেনাব লাগে। ফেনোৱা বেচনত বেঙেনা, ফুল কবি আদি নানাবিধ বস্তু জুবুৰিয়াই ভাজিব পাৰি।