সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোৱা-বোৱা । ন

৩। তিতা কেৰেল৷ ভাজি।

কেবেলাবোৰ চকলা-চকলিকৈ কাটি লৈ লোণ, হালধি সানি তেলত ভাজিব লাগে । সক সৰুকৈ কুটিও ভাজিব পাৰ| যায়। তিতা cara ভাতত দিও খাব পাৰি। ৪। বেঙেনাৰ fos

বেডেনাবোৰ সক সৰুকৈ কুটি লৈ তাৰ লগত শেরালা ফুলৰ পাত বা মহানিমুৰ পাত, শেৱালী ফুলৰ পাহি, বাহকাৰ ফুল ইত্যাদি তিতাৰ এবিধ বেঙেনাৰ লগত মিহলি কৰিবা। তেলত কেচা জলকীয়া ফোৰণ দি ভাজিব লাগে। চৰুত ফোৰণ দি বেঙেনাখিনি বহাই দি কিছু সময় লাৰি-চাৰি পানীত দি সিজায়ো এক প্রকাৰে ভাজিব পাৰি। এইদৰে ৰান্ধিলে কম তেলতে হয়। ৫। তিতা বগবী।

গুটিবোৰ দুফাল কৰি লৈ তেলত ভাজিব লাগে । ৬7 পুৰাক্লৰ Fe

কাচকল সৰু সৰুকৈ কাটি লৈ তেলত জলকীয়! আৰু তেজপাত দি কলখিনি সামান্য ভাবে ভাজি লৈ তাৰ পাছত ye গুৰি, লোণ হালধি গুলি দিব লাগে। অলপ থুপ- থুপীয়| হলে নমাই থব লাগে। ইচ্ছা কৰিলে ইয়াত আলুঞ মিহল দিব পাৰি। শুক্তাব গুৰি নিদি গোটা পাতো দিব পাৰি। ইয়াৰ বাহিৰেও অন্য অন্য পাচলিও এই দৰে ৰান্ধিব পাবা যায়।