সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোৱা-বোৱা । ৰ দিব লাগে। যেতিয়া ওপৰলৈ ভাপটো উঠি আহিব নোৱাৰা হয়, ভাত ভাপতে সিজি উঠে । সিজাওঁতে অলপ বেচি সনয়ৰ আৱশ্যাক ৷ € 1 বগা বা চাফা ভাত।

চকত পানী গৰম কৰি তাত চাউল ঢালি দি সৰু চামুচেৰে এচামুচ নিমুটেডাৰ ৰস সেই চৰুতে পেলাই দিব লাগে। আধা tye কিট্‌কুৰিৰ গুৰি পেলাই fa ঢাকি ৰাখিব লাগে। কিছু সময়ৰ পাচত চকত যেতিয়া ফেন উঠিব কোৰাচেৰে ফেনবোৰ কাৰি পেলাব লাগে। যেতিয়া দেখিব যে চাউল- বোৰ সিজিছে, নুমাই পানী কাৰি ছুই-তিনি মিনিটমান চৌকাৰ ওপৰতে ৰাখি পিছত নুমাই ৰাখিব লাগে। wi লুণীয়া srs:

চৰুত পানী Brats উতলাই লৈ চাউল আৰু চাউলৰ পৰিমাণ অনুসৰি লোণ বহাই দিব লাগে। এই খিনি বহাই দিয়াৰ ১৭ মিনিটমান পাছৰপৰা! লাহে লাহে জুই কমাই আনিব লাগে। যেতিয়া দেখিব যে ভাতৰ পানী খিনি শুকাই নাইকীয়া হব, তেতিয়| নুমাই আনি গৰম ভাতত ভাল তেল ঘিউ বা মাখন সানি লৈ গৰমে গৰমে খাব ভাল। ৭। জালুকীয়া ভাত।

এটা চকত চাউল পানী নিমখ fee কচি অনুসাৰে জলকীয়া, জালুক আদি সচলা একেলগে বহাই দি এখন ঢাকনিৰে ঢাকি ৰাখিব লাগে। যি পিয়াজ খাই সি. পিয়াজ!