সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২. খোরা-বোরা |

যেতিয়া দেখিব যে ভাত সিজিছে ( এনেয়ে গম নাপালে ভাত আনি পিটিকি sti) cofea চক নুমাই ৰাখি দিবা।

(a) ভাতৰ পানী কাৰি ৰান্ধিবৰ হলেও প্রায় একে ৰকমেই বান্ধিব লাগে । মাত্র পানী কাবা ভাতত বেছিকৈ পানী faa লাগে। ২। SIF (জকবা ) ভাত ৷

asi Gal চাউলৰ কৰকব| ভাত মাজে সময়ে খাবলৈ বেয়| নহয়। মাটি মাহৰ বাহি দালি, বৰালি, চিতল at অইন যিকোনো তেলাল মাছৰ বাহি আঞ্জাৰে এই ভাত খায় ভাল লাগে। ৩ ৷ পইতা (AB) ভাত।

পাইতা ভাতো সময়ত খাই বৰ তৃপ্তি পোৱ| যায়। ইয়াক, ভীমকল, fay টেঙাৰ বস, শেলুকৰ নলৰ ভাজি, বাকলি থকা মাছ পোৰা, নিমখ, তেল আৰু কীচা জলকীয়া বাঁ গুৰ সানি ইত্যাদি ৰকমে খাই সোৱাদ পোৱা যায়। 81 চুওবা বা ভাপত সিজোৱা ভাত।

itl পিতলৰ বা বাহৰ খবাহীত ( পিতলৰ হলে ভাল) ভালকৈ ধোৱ| চাউল ভৰাই চকত পানী গৰম কৰি লৈ AAG চৰুৰ তলিত নলগাকৈ ভালকৈ খাব খুৱাই বহাই দিব লাগে। খৰাহীটো সক বা ডাঙৰ হব নালাগে। খৰাহীটো বহাই দিয়াৰ লগে লগে খৰাহীৰ ওপৰত এখন কা বা অষ্টন যিকোনো খৰাহীৰ মুখত খোৱা বাচন গিলিপ মাৰি