সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫৮ “খোরা-বোরা।

wi নিমুব beac) এগিলাচ পানীত সক টেঙা এটা বা এফাল, ডাঙৰ হলে এডোখৰ হলেই হব। গিলাচব ওপৰত এখন কাপোৰ দি তাতেই টেঙা চেপি দিব লাগে। তেতিয়া হলে গুটি আৰু জিমবোৰ পানীৰ লগত মিহলি হব নোৱাৰে ৷ চৰবতত নিমখ অকণমান আৰু চেনি মিহলাই ললেই হল। ঠাণ্ডা দিনত বা বেমাৰীক দিব লাগিলে অলপ গৰম পানীৰে কৰিব লাগে। ৭। তেতেলিৰ চৰবৎ ৷ এট| পাত্ৰত আগেয়ে তেতেলি গুলি লব লাগে ৷ এতিয়া এগিলাচ পানীত তেতেলি গোলা, নিমখ, “নি মিহলাই ললে হল। শুকান (BA) crete চৰবৎ এইদৰে কৰিব পাৰি।

চন

কিডদস্নী। S| পেন কেকৃ।, ছটা ডিমাৰ লগত এপোৱ| ময়দা মিহলাই কেনাৰ লাগে; দর্কাৰ -মতে গাখীৰ মিহলাই পনায়া কৰা| ভালএ

এতিয়া -তাৱাত অলপ মাখন ‘দি ঠিক41টিসাপটাৰ নিচিনাকৈ ভাজি তুলি ভিতৰত জাম Bent, ‘ৰ দি পাটিসাপটাৰ

৯৫৮