সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোৱা-বোৱা | “yas

৩ ৷ কোমোৰীৰ Cua |

বুঢ়া কোমোবা কাটি, বাকলি আৰু বুকু পেলাই ডোখৰ ডোখৰকৈ কাটি বাঁহৰ শলাত গাঠি আধ। fot কৰি পানী mi লব লাগে। আগৰ নিয়মে ৰস কৰি কোমোৰা দি Seta লাগে। বস ঘন হলে নমাব লাগে। কোমোৰ!বোৰ নিসিজিলে আকৌ অলপ পানী দি সিঞ্জাই লব লাগে। মাচপতি, আদা ইতাগিৰ মোবববাও এইদৰে কৰিব পাৰি।

৪। ৰুটিৰ মৌবব্বা।

কটি সক a ডাঠ ডোখৰকৈ কাটি লৈ ঘিউত ভার্দিব' লাগে। ভাজ হালে চেনিৰ ৰ্স কৰি ঘন হালে পেলাই দিব লাগে ।-*অলপ সময় ছ্বালত থকাৰ পিছত নমাব লাগে। চেনিৰ বস এনে অম্থুমান কৰি দিব লাগে যাতে BRE ভালকৈ জোৰে। বেচিকৈ ল্ৰাৰিলৈ ভাঙি যাব। ইচ্ছা কৰিলে ঘন বসত দি শুকান কৰিবও পাবি।

চন । ৫1 বেলৰ BAS! পক| বেল ভাঙি ভিতযৰ সাহখিনি কটাৰী বা চামুচেবে উলিয়াই গাখীৰ-চেনি সানি খৰাহিতি থৈ হাতেৰে ভালকৈ সানিব লাগে | এু্টবাহি মহলে বা চৰবং অলগ হলে কাপোৰেৰে চেকি লব পাৰি। (2 মিহলহিও এইদৰে চৰৰং

কৰিব পাৰি। aa as

82