সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫৬ CATCHES |

Be আৰু জাবৰ থকা আমৰ মোববব। ভাল নহয়। চূণৰ পানীত আমবোৰ আধা সিজা কৰি লব লাগে। মিঠা আম হলে চূণৰ পানীত নিসিজাই শুদা পানীত সিঞ্জাই লব লাগে । আমৰ টেঙাৰ অনুপাতে চূণৰ পানী দিব লাগে । আধা fet আমাবোৰ এটা খৰাহিত থৈ পানী গুচাব লাগে। এতিয়া এটা কেৰাহী বা মাটিব চৰুত চেনিৰ বস কৰিব লাগে। চেনিৰ ওপৰত ময়লাবোৰ ওপঙি উঠিলে তুলি পেলাব লাগে। দর্কাৰ হলে গাখীৰ, পানী মিহলাই ললেও সকলো ময়লা ওপঙি উঠিব । বস ঘন আৰু পিচল হলে আম- বোৰ দিন লাগে। ৰস ঘন হলে নমাব লাগে। কেহা আম হলে কেৰাহীৰ সলনি মাটিৰ চৰুত কৰিব লাগে

আনাবস আদিৰে| এইদৰে মোবববা কৰিব পাৰি। /১ সেৰ আমত সাধাৰণতে /১ সেৰ চেনি লাগে । আমৰ টেঙা কম বেচি অনুযায়ী চেনি দিব লাগে ৷

২। বেলৰ মোবব্বা। কেচা বেলৰ বাকলি গুচাই ভিতৰৰ সাহখিনি উলিয়াই লৈ গোটাই লব লাগে। ছুট আঙ্ল ডাঠকৈ চকলিয়াই লৈ এডাল শলাৰে আঠা গুচাই লব লাগে। এতিয়া অলপ সিজাই খৰাহিত ঢালি থৈ পানী গুচাই লব লাগে। পাছত ওপৰত কোৱাৰ দৰে বসত দিব লাগে৷ ৰস ঘন ATS EAR ডাঠ হলে নমার লাগে । SITE ডাঙৰ বেলত Ze সেৰ দন লাগে।