সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

CMTS} CUT । ১৫৩

কৰি ৰাখিব লাগে। কিছু সময়ৰ পাছত হাতেৰে চম্‌চম্‌বোৰ টিপি চাব লাগে। সিজিলে নমাই থৈ এদিন ৰসত দি ডুবাই থব লাগে। পাছদিনা তুলিব লাগে। ১৩। ৰসগোল্ল৷। ৰসগোল্ল! চম্ডম্ৰ নিগ্নাকৈ কৰিব লাগে। দেখিবলৈ ভাল কৰিবৰ হলে ৰঙা চেনিত কৰিব লাগে ৷ ইয়াৰ নিয়ম বেলেগে দিয়া নহল। ১৪। পাণ্ডোৱা। চানাৰ চম্ডমৰ নিচিনাকৈ ময়দা ইত্যাদি মাৰি দীঘল দীঘলকৈ ঘিউত ৰঙাকৈ ভাজি ৰসগোল্লাৰ ৰসত দিব লাগে। লালমোহনে। এইদৰে কৰিব পাৰি। ইয়াৰ লাকবোৰ মাথোন গোল গোল কৰিব লাগে। 5৫1 ক্ষীৰ মোহন | ৰসগোল্ল।ৰ নিচিনাকৈ ইয়াক অলপ ডাঙৰ কৰি ক্ষীৰ, এলাচিৰ গুৰি, কপূৰ্ৰ ইত্যাদিৰ গুৰি ভিতৰত দিব লাগে। ১৬ ৷ চুজিৰ মোহুনভোগ। fase তেজপান্ত, গৰম মচলা ফোৰণ দি চুঞ্জিবোৰ বহাই দিব লাগে। ভাজাৰ নিচিনা হৈ cae ওলালে পানী দিব লাগে। থিউ সমান নহলেও চাৰি ভাগৰ তিনি ভাগ লাগে। সিজিলে চেনি দিব লাগে। চেনি চুজিৰ আধা দিব লাগে । মোহনভোগত জায়ফলৰ গুৰি, বাদাম, পেস্তা, কিচ্‌- মিচ আদিও fea পাৰি। অকল পানীত মোহনক্তোগ

নি

ন {