১৫২ খোরা-বোবা ।
১১। কাচাগোলা।
/১ সেৰ ছান।ত A সেৰ চেনি লাগে ৷ A পোৱা পানী দি চেনিখিনি আঠাৰ নিচিন! ঘন ৰস কৰিব লাগে ৷ এতিয়া ছানাখিনি হাতেৰে গুৰি কৰি বসত দি কোৰাচ বা খস্তিবে ঘনঘনকৈ লাৰিন লাগে । লাৰোতে লাঝোতে বস শুকাই গোটা হলে নমাই কাহী বা এটা বাচনত ঢালি ঠাণ্ডা কৰিব লাগে । এতিয়া লাক কৰি থৈ গলে হয়। এইদবে কাচাগোল্লা কৰিব পাবি)
১২ | চম্চম্ বৰফি।
ছানাৰ প্রতি সেৰত এক ছটাক হিচাপে ময়দা মিহলাব জাগে) ভালকৈ সানি একোটা লাক কৰি হাতেৰে চেপি দীঘলকৈ পটাগুটিৰ নিচিনা কৰি লৈ হাতেৰে অলপ চেপেটা কৰি চাৰি চুকিয়াকৈ কাটিব লাগে এসেৰ ছানাত তিনি সেৰ চেনি লাগিব। এই হিচাপে চেনিৰ বস কৰিব লাগে) গাখীৰ আক পানী fasts চেনি চালি দিলে কিছু সময়ৰ পাছত ময়ল| ওপৰ উঠিব ৷ এতিয়া এখন few) কাপোৰেৰে চৰুৰ কাণৰ পৰ! ময়লা মচি পেলাব লাগে । ৰস হাতত লৈ চাব লাগে। এডাল সুতা ধৰিলে চম্চম্বোৰ পেলাই দিব শাগে। ৰস এনে হিচাপত থাকিব লাগে যে চম্চম্বোৰ ভালকৈ ওপুঙি থাকিব পাৰে। মাজে মাজে ঠাণ্ডা পানী আৰু ঠাগু| পানীৰ ছিটা দি ৰসবোৰ সমান ভাবে পনীৰ়া