সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোস্ধা-বেোৰা । ae ৮। বাঢাচা।

এটা লোহাৰ কেৰাহীত /২৷৷ সেৰ চফা চেনিৰ AIS এপোৱ| বা আধাসেৰ গাখীৰ মিহলাই /১ সেৰ বা/১॥ সেৰ পানী দিব লাগে। গাখীৰ আৰু পানী মিহলি হৈ উতলিলে নয়ল৷খিনি ওপৰলৈ উঠিব। পিছত ময়লাখিনি তুলি পেলাব বা ময়লা বেছি পৰিমাণে থাকিলে ৰসখিনি চাকি লব লাগে। এতিয়া এখন তিতা কাপোৰেৰে কেৰাহীৰ চাৰিও কাযটে| মুচি থাকিব লাগে। এডাল শলাৰে অলপ ৰস আনি গুটি পকাই চাব লাগে। গুটিৰ গাত টিকলি মাৰি গুটি ভঙা দেখিলে ৰস ঠিক হোৱা বুলি ভাবি লব লাগে। ৰস নমাই অলপ ঠাণ্ডা হলে বাটিৰ নিচিনা কোৰাচত লৈ এডাল শলাৰে খুব লাবিব লাগে। লাৰোতে লাৰোতে ৰস ফুলি উঠিব। তেতিয়া ডাঙৰ ডাঙৰ টোপ কৰি পাটী বা কাপোৰৰ ওপৰত পেলাব লাগে | এবাৰ বাটাচা দিব পাৰিলেই পাছত আৰু ৰস ফুলা বা জমিবলৈ বেচি সময় নালাগিব।

৯। খাজা বা মাৰা মিঠাই।

চেনি বা গুৰ এটা কেৰাহীত তুলি দি অলপ পানী দিব লাগে (জুলীয়া গুৰ হলে পানী নিদিলেও হয় )। খুব উত্তলাব লাগে। মাজে মাজে ৰস আনি গুটি att

~ 4 ৰ