১৪৬ খোৱা-বোৱা ।
কৰ| যায়। ৰস অলপ ঘন লাগে।
নাৰিকল ৰোক| ৰস চেপিও দিব পাৰি। নাৰিকলৰ ৰস ওলালে ৰসকৰা খাবলৈ ভাল নাঙ্গাগে ; সেইদেখি ৰস নেচেপাকৈ কৰিলে খাবলৈ ভাল হয়।
৬। চাউলৰ গুৰিৰ লাক।
আগেয়ে পিঠাগুৰি খুব ভালকৈ শুকাই লব লাগে। লগতে কেইটামান জালুকৰ গুৰিও কৰিব লাগে । এতিয়া UID এখনত অলপ পানী দি গুৰ পগাব লাগে৷ যেতিয়া গুৰ হবৰ সময় হব তেতিয়া গুৰবিলাক ঘন হৈ আহিব। গুৰ লাৰা বাৰিডাল আনি আঙ,লিৰে গুৰ লাবিচাৰি চাব লাগে। গুবৰ eel ধৰিলে নমাই আনি শুকান পিঠাঞ্চবিত জালুকৰ গুৰি মিহলাই অলপ গৰমে থাকোঁতে দুই হাতেৰে খুব জোৰকৈ মুঠি বান্ধিব লাগে। এয়ে হৈছে কেচা গুৰিৰ লাৰু ।
এই নিয়মে ভাজ! পিঠা গুবিবো গুৰেৰে লাক কৰিব পাৰি। আগেয়ে গুৰি ভাঞ্জি লৈ ভাজা গুৰিত তিল কেইটামান, আখৈ কেইটামান, জালুকৰ গুৰি দি টানকৈ মুঠি বান্ধিব লাগে |
৭1 for ate) তিলৰ ate বান্ধিবলৈ হলে তিলখিনি ধুই, ভাজি অলপ ভাজা পিঠাগুৰি frente চাউলৰ গুৰিৰ লাকব নিচিনাকৈ বান্ধিব লাগে।
নি যায়৷ এ