সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

CHL CART ১৪৭

পাবি। গুৰি বা বটা মাহত অলপ আলা চাউলৰ গুৰি দি state ফেনাউ জিলালী পোৰা কানিত লৈ বাহিৰৰ পিনে পাক পৰাকৈ ঘূৰাই ঘূৰাই দিব লাগে।

fa

৷ পোৰা কানি ডাঠ কাপোবৰ হোৱাই ভাল ( এড়ি বা মুগ| ) ৷ কাপোবখন কমাল এখনৰ নিচিন] ডাঙৰ হলে হয়! জিলাগী পোৰা কাপোৰখান বিমান ডাঙৰ কৰিবা|, তাৰ হৃগ্গণ কাপোৰ এখান লৈ দুই তৰপ কৰি জাপি লৈ, ঘনাই চিলাই দি. মাজতে বিন্ধ! এট| দি বুটামৰ বাটৰ নিচিনাকৈ গুঠি লব লাগে | বিন্ধাটে৷ সল্চ নাটি পেঞ্চিল এডাল সোমাব পাৰা হব লাগে।

কানিৰ মাজত বট| মাহ লৈ টোপোলাৰ নিচিনাকৈ মুঠি মাৰি জব লাগে। হাতৰ মুঠি টানকৈ feat দিব লাগে। ডাঙৰ wate সাত আঠখন পৰিমাণে দিব পাৰি। ভাল তেল বা fate বাদানী ale ভাঙ্গি মিঠা বা চেনিৰ ৰসত Bata লাগে৷

€1 নাৰিকলৰ লাক বা ৰসকৰা।

এটা নাবিকলত প্রায় এপোৱা চেনিৰ দর্কাব। নাৰিকল ককি লৈ বোকা নাৰিকল আৰু চেনি এট| কেৰাহীত বৃহাই খণ্ডিৰে লাবি থাকিব লাগে যেতিয়া নাৰিকল ও চেনি লাৰি থকাত ডাঠ হব তেতিয়া ঘনাই লাবিব লাগে। কাৰণ নাৰিকল pee লাগি যাব vial তাৰ পিছত যেতিয়া বিকল ৰোকাবিলাক্ষ লাৰো[তে লাকৰ লিচিনা হয় তেতিয়| ans থাপি-থুপি থৈ লাৰু বান্ধিব লাগে। গুৰেৰেও এই- দৰে লাৰু বান্ধিব পাৰি। নাৰিকল বৰকৈ ভাজিব নালাগে। ভোনে “কৰিলে৷ লাক তিতা হয়। ০চেনিৰ ৰস কৰিও লাক

কু