সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰোৱা-বোৱা ৷ ১৮৫

ফলপাভ এখন গাখীৰ ঢাকন যোৱাকৈ দি থব। চাৰি পাচ ঘণ্টামান পিছত গাখীৰৰ ওপৰৰ পাত লাহেকৈ আনি মাখন লগা ফাল ওপৰ কৰি থব লাগে। পিছত হাতেৰে লাহে লাহে টুকি আনি মাটিৰ পাত্ৰত থব লাগে। ঘিউ কনা নিয়ম আগেয়ে কোরা হৈছে।

চতুৰ্থ অধ্যায়।

mis, সিলাহ, মোহনচ্ভোপ আদি |

১। খামিৰ কৰা নিয়ম।

pie বা ময়দাৰ খামিৰ কৰে। মাটিৰ চৰু এটাভ অলপ পানী লৈ তাতে ময়দা বা চুঞ্জি মাৰিব লাগে। আৰু তিনি চাৰি দিল নালাৰাকৈ ৰাখিব লাগে। খামিৰ বৰ পনীয়া হব নালাগে; অলপ ঘথুপথুগীয়া হব লাগে, যাতে দর্কা হালে পানী দি লব পাৰি। এই খামিবেবে ময়দা জিলাগী, মালপোৱা আদি হয়। তিনি চাৰি দিনৰ কমে খামিৰ নহয়। যেতিয়া ময়দা ফুলি ওপৰলৈ উঠিব তেতিয়াহে খামিৰ হয় ।