এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
তৃতীয় অধ্যায়।
পাক্মসস, ক্ষীৰ, লাবৰ্ৰী আলছি।
১। চিৰাৰ পায়স।
fea fare থৈ কোমল শে গাখীৰত frets ল|গে। এতিয়া চেমি বা নতুন খেজ্বৰ গুৰ দি আৱশ্যক মতে ঘন হলে নমাই কপূৰ দিব লাগে।
১৷ পকা আমৰ পায়স। মিঠা পক আমৰ ৰস আক চেনি বা গুৰ দি ঘন কৰি পগাই ভাব লগত আগৰ ata দিয়া ঘন গাখীৰ মিহলাব লাগে। আৱশ্যক মতে ঘন কৰি নমাই aye দিব লাগে।
৩ | কাচা আমৰ পায়স। কাচা আমৰ বাকলি, গুটি ইত্যাদি পেলাই থেতেলাই লৈ চূণৰ পানীত ধুই লব লাগে। আগেয়ে আল দি ঘন কৰি থোৱা গাখীৰৰ লগত আম মিহলাব লাগে। সিজিলে নমাব লাগে। আপেল, আনাৰস ইত্যাদিৰো এইদৰে পায়স ৰান্ধিব পাৰি।