সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোৱা-বোৱা । ১৭৪

মাজে মাজে লুটিয়াই দিব লাগে। পিঠা ঠাণ্ডা হলেহে খাব পাৰি৷

১৭। মিঠা ববভাজি। ( আলুৰ বড়া) বিলাতী আলু সিজাই বাকলি 'পেলাই সানিব লাগে। লগতে চাউলৰ গুৰি মিহলাব লাগে। দৰ্কাৰ হালে অলপ পানী দি পনীয়া কৰি লব লাগে। ভালকৈ ফেনাই বৰ ভাজাব নিচিনাকৈ ঘিউ বা তেলত বাদামি ৰঙৰ নিচিনাকৈ ভাজি চেনিৰ বসত দিব লাগে । খোরাৰ আগেয়ে চেনিৰ

ane পৰা তুলি লব লাগে।

sy | অমিতাৰ বড়া । পক৷ অমিতাৰ বাকলি পেলাই গুটি পেলাই সানি মিহি কাপোৰেৰে চাকি লব লাগে। কিছু ময়দা মিহলাই লব লাগে। দৰ্কাৰ হলে পানী দি লব লাগে। খুব ফেনাব লাগে। ফোনোরা হলে বাদামি ate বড়া ভাজি চেনিৰ ৰসত দি ৰস সুমালে তুলিব লাগে |

sal আমৰ বড়া। পকা আম লৈ তাৰ বাকলি, গুটি আদি পেলাই সানি কাপোৰেৰে চাকি লৈ ময়দা মিহলাই অমিতাৰ IH নিচিনাকৈ.. ভাজি বসত দিব লাগে।