সমললৈ যাওক

পৃষ্ঠা:খোৱা-বোৱা.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোৱা-বোৱা | ১৩৫

ধৰি সন। পিঠাগুৰি হাতেৰে পিহি দিব লাগে। গৰম পানীত সনা পিঠাগুৰি পৰি ভাতৰ নিচিনা হব। এনেকৈ কেবাবাৰো দিব লাগে। একেলগে বেচিকৈ দিলে ভাল নহয়। সক খবাহী এটা লৈ পিঠাখিনি তুলি চাফা কৰি থব লাগে।

কোকল চিঙা পিঠা পাতেৰে বান্ধি মাজত গাঠি ঞটা দি দিলে হল। কোকল fest পিঠা বৰা চাউল বা afi চাউলৰ গুৰিব হয়।

তাৰে তিলপিঠাও কৰিব পাৰি ৷ তিল পিঠাতকৈ ফেনি পিঠা খাবলৈ ভাল। :

ফেনি পিঠা কৰা অলপ টান | আগেয়ে গুৰি খুন্দি লব লাগে। পিছত পানী গৰম কৰি, গৰম পানীত বৰ| চাউলৰ গুৰি ময়দা মৰাদি মাৰি গুলি কৰি কলপাত এখনত অলপ তেল মুচি লৈ বেলোনৰ ওপৰত লৈ লুচি বেলাদি বেলিব লাগে। বেলোতে অলপ লাহে লাহে বেলিব লাগে। A ডাঠ ব| পাতল হব নালাগে। পিছত, থিউত বা ভাল তেলত ভাজি চেনিৰ ৰসত বা গুৰ পকাই পিঠা গৰম থাকোঁতে ৰসত পেলাব লাগে। পিঠাত ৰস সোমালে ৰসৰ পৰা তুলি আনিব লাগে। ফুলি উঠে দেখি এই পিঠাৰ ata ফেনি পিঠা ৷

১১ ৷ তিল-পিঠা। তিল-পিঠা কৰিবলৈ প্রায় মানুহে জানে। তিল-পিঠা কৰিবলৈ, হলে পোৰা চৰুত অলপ তেল মুচি দিলে পিঠা